পুৰণি অপ্ৰাসংগিক ভিডিঅ’ পাকিস্তানৰ কৰাচীত শেহতীয়াকৈ হোৱা ভয়ংকৰ বিস্ফোৰণৰ দৃশ্য বুলি ভাইৰেল।

পাকিস্তানৰ কৰাচীত শেহতীয়াকৈ ভয়াৱহ বিস্ফোৰণ হোৱা বুলি এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভাইৰেল ভিডিঅ’টোত দুটা দৃশ্যাংশ আছে আৰু হিন্দী ভ‌ইচঅ’ভাৰ এটাত মহিলা কণ্ঠ‌ই কৈছে যে এই সময়ৰ ডাঙৰ খবৰ আহিছে কৰাচী পাকিস্তানৰ পৰা। ভয়াৱহ বিস্ফোৰণত সমগ্ৰ কৰাচী কঁপি উঠিছে। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading

ভাৰত-পাকিস্তানৰ যুদ্ধ সন্দৰ্ভত ডনাল্ড ট্ৰাম্পৰ বক্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে।   

শেহতীয়াকৈ অসমৰ এটা সংবাদ প্ৰতিষ্ঠানৰ ফেচবুক পেজত এটা বাতৰি সম্প্ৰচাৰ কৰা হৈছে। বাতৰিটো আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শেহতীয়া এক বক্তব্যক লৈ কৰা হৈছে। বাতৰিটোত কোৱা হৈছে যে ট্ৰাম্পে যোৱা ২৫ ফেব্ৰুৱাৰী ২০২৫ত ষ্টেট অৱ দ্য ইউনিয়নৰ বাৰ্ষিক ভাষণত ট্ৰাম্পে কৰা কেইটামান মন্তব্যৰ কথা প্ৰকাশ কৰা হৈছে। কোৱা হৈছে যে ট্ৰাম্পে ভাষণত কৈছিল- “মই নাথাকিলে পৰমাণু […]

Continue Reading

AI Generated ভিডিঅ’ৰে পাকিস্তানৰ সিন্দু নদীত বৃহদাকাৰ ঘৰিয়াল উদ্ধাৰ বুলি দাবী ।

শেহতীয়াকৈ অসমৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে নিজৰ পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেইটো পাকিস্তানৰ ভিডিঅ’। ব্যৱহাৰকাৰীজনে কৈছে যে পাকিস্তানৰ সিন্ধু নদীৰ পানী শুকাই যোৱাৰ কাৰণে ভিডিঅ’টোত দেখা বৃহদাকাৰ ঘৰিয়ালটো উদ্ধাৰ কৰা হৈছে। ভিডিঅ’টোত আমি দেখোঁ যে এখন ট্ৰাকৰ ওপৰত এটা প্ৰকাণ্ড ঘৰিয়াল বান্ধি থোৱা আছে।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? […]

Continue Reading

পাকিস্তানৰ সংসদৰ ভিতৰত গাধ সোমোৱা দৃশ্যটো আচলতে AI Generated.

শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক পেজ আৰু একাউণ্টত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। সেই ভিডিঅ’টোত দেখা গৈছে যে এক সংসদৰ ভিতৰত হঠাতে এটা গাধ তীব্ৰগতিত প্ৰৱেশ কৰিছে আৰু চকীত বহি থকা একাংশ লোক বাগৰি পৰিছে। ভিডিঅ’টো পাকিস্তানৰ সংসদ ভৱনৰ ভিতৰৰ বুলি দাবী কৰা হৈছে।  Facebook Link Archived Link Facebook Link Archived Link ইউটিউৱতো একেই দাবীৰে সেই […]

Continue Reading

পাকিস্তানে অভিনেতা ছলমান খানক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

কিছুদিন পূৰ্বে ছৌদি আৰৱৰ ৰিয়াধত অনুষ্ঠিত “জয় ফ’ৰাম ২০২৫” অনুষ্ঠানত শ্বাহৰুখ খান আৰু আমিৰ খানকে ধৰি বলীউডৰ আন ছুপাৰষ্টাৰৰ সৈতে অংশগ্ৰহণ কৰি অভিনেতা ছলমান খানে নিজৰ ভাষণত বেলুচিস্তান আৰু পাকিস্তানৰ কথা পৃথকে পৃথকে উল্লেখ কৰাত বিতৰ্কৰ সৃষ্টি হৈছিল। তেওঁ কৈছিল, “এতিয়াই যদি আপুনি হিন্দী ছবি এখন নিৰ্মাণ কৰি ইয়াত (ছৌদি আৰৱত) মুক্তি দিয়ে তেন্তে ই […]

Continue Reading

ভাৰতৰ ৰাজস্থানৰ পুৰণি অপ্ৰাসংগিক ভিডিঅ’ আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ শেহতীয়া পৰিস্থিতিৰ দৃশ্য বুলি ভাইৰেল।

শেহতীয়াকৈ আফগানিস্তান আৰু পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিবেশৰ সৃষ্টি হৈছে। আফগানিস্তানে ডুৰাণ্ড লাইন দখল কৰা বুলিও খবৰ আহিছে। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ হোৱা দেখা গৈছে। ভিডিঅ’টোৰ প্ৰথম দৃশ্যাংশত এখন বিমান ধ্বংসপ্ৰাপ্ত হৈ জ্বলি থকা দেখা গৈছে আৰু আনটো দৃশ্যাংশত টেংকাৰ আৰু অন্যান্য গাড়ীৰ কনভয় এটা গৈ থকা দেখা গৈছে। দাবী কৰা হৈছে […]

Continue Reading

পাকিস্তানৰ কৰাচীৰ দৃশ্যকে গুৱাহাটীৰ বানপানী বুলি মিছাকৈ প্ৰচাৰ। 

যোৱা ৩০ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া গুৱাহাটীৰ বানপানীৰ দৃশ্য বুলি দাবী কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এখন মটৰচাইকেলৰ পিছফালে এটি শিশু কোলাত লৈ বহি অহা এগৰাকী মহিলাই বানৰ পানীৰ মাজতে তলত পৰি যায়। সেই দৃশ্যটো গুৱাহাটীৰ বুলি টেক্সট ওভাৰলে’ কৰি দাবী কৰা হৈছে।    Facebook Link Archived Link  কিন্তু […]

Continue Reading

বিলাৱল ভূট্টোৱে “আমাৰ মানুহ ভাৰতৰ সংসদত বহি আছে” বুলি কোৱা ভিডিঅ’টো মিছা।   

শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে পাকিস্তানৰ বিধানসভাত বিলাৱল ভূট্টৱে কৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সমুখতেই তেওঁলোকে নিজৰ উদ্দেশ্যৰ বক্তব্য প্ৰকাশ কৰোৱাব পাৰে। ভিডিঅ’টোত নেতা বিলাৱল ভূট্টোৱে কৈছে “কোনে ৰাতিৰ আন্ধাৰত আক্ৰমণ কৰে? আমি তো তেওঁলোকৰ প্ৰধানমন্ত্ৰীৰ সমুখতে আমাৰ প্ৰপোগাণ্ডা কোৱাব পাৰোঁ।”  Facebook Link Archived Link  Facebook Link Archived […]

Continue Reading

পাকিস্তানৰ কোট ছাট্টাত সংঘটিত এলপিজি টেংকাৰ বিষ্ফোৰণৰ দৃশ্যকে ভাৰতে পাকিস্তান আক্ৰমণ কৰি পেট্ৰোল পাম্প ধ্বংস কৰি দিয়া বুলি বিভ্ৰান্তিকৰভাৱে প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেই ভিডিঅ’টো শেহতীয়াভাৱে ভাৰতে আক্ৰমণ কৰি ধ্বংস কৰি দিয়া পাকিস্তানৰ কোনো এটা পেট্ৰোল পাম্পৰ দৃশ্যৰ ভিডিঅ’।      Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভাইৰেল ভিডিঅ’টোৰ […]

Continue Reading

বিভিন্ন পুৰণি আৰু সংগতিহীন দৃশ্যকে ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা অপাৰেচন সিন্দূৰৰ দৃশ্য বুলি বিগত সময়চোৱাত প্ৰচাৰ কৰা হৈছিল। 

চলিত মাহৰ ৬ তাৰিখে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰ আৰম্ভ কৰাৰ লগে লগেই সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ সেই অপাৰেচনৰ বুলি দাবী কৰি প্ৰচাৰ হোৱা আৰম্ভ হৈছিল। আনকি কোনো কোনো সংবাদ প্ৰতিষ্ঠানেও কিছুমান ভিডিঅ’ অপাৰেচন সিন্দূৰৰ বুলি দাবী কৰি প্ৰচাৰ কৰিছিল। আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই তেনেকুৱা বহুসংখ্যক ভিডিঅ’ৰ সত্যতা নিৰূপণ কৰি সেই ভিডিঅ’বোৰনো প্ৰকৃততে […]

Continue Reading