সুনীতা উইলিয়ামছে মাধ্যাকৰ্ষণ শূণ্য ঠাইত উপস্থিত হৈ আনন্দ প্ৰকাশ কৰা এই ভিডিঅ’টো পুৰণি।

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ন মাহ কটাই যোৱা ১৮ মাৰ্চত মহাকাশচাৰী সুনীতা উইলিয়ামছ, বুটছ উইলমোৰ, নিক হেইগ আৰু আলেকজেণ্ডাৰ গৰ্বোনভ পৃথিৱীলৈ ঘূৰি আহে। এই পৰিপ্ৰেক্ষিতত সুনীতা উইলিয়ামছ আৰু বুটছ উইলমোৰৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত য’ত এক মাধ্যাকৰ্ষণ শূণ্য ঠাইত উপস্থিত হৈ আন তিনিগৰাকী মহাকাশচাৰীক দেখি সুনীতা উইলিয়ামছে আনন্দত নচা দেখা গৈছে। তেওঁৰ পিছে […]

Continue Reading

নাছায়ে বাণীবদ্ধ কৰা সূৰ্য্যৰ ধ্বনিত ‘ওম’ শব্দ শুনা গৈছে নেকি?

সূৰ্য্যৰ পৰা ‘ওম’ ধ্বনি ওলাই আৰু এই ধ্বনি নাছায়ে বাণীবদ্ধ কৰিছে বুলি এক ছচিয়েল মিডিয়া পোষ্ট/ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে । ফেচবুক, টুইটাৰ আৰু হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰা এই পোষ্টটোত দাবী কৰা হৈছে যে কিছুদিনৰ আগতে নাছায়ে সূৰ্যৰ পৰা ওলোৱা ধ্বনি ৰেকৰ্ড কৰিছিল আৰু এই বাণীবদ্ধ শব্দৰ তীব্ৰতা যেতিয়া বঢ়াই দিয়া হ’ল তেতিয়া […]

Continue Reading