প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে ভাষণ দি থকা এই ফটোখন ‘গলৱান’ত তোলা নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ লাডাখৰ গলৱান উপত্যকাত চীনা আৰু ভাৰতীয় সৈন্যৰ মাজত হোৱা সংঘৰ্ষত ভাৰতৰ ২০ গৰাকী সেনা জোৱানৰ মৃত্যু হৈছে । দুয়োখন দেশৰ মাজত পৰিস্থিতি যথেষ্ট উত্তেজনা পূৰ্ণ হৈ আছে । এই ক্ষেত্ৰত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী বহুত সমালোচনাৰ সম্মুখীন হবলগীয়া হৈছে, বিশেষকৈ বিৰোধী দল কংগ্ৰেছে লাধাখৰ পৰিস্থিতিৰ বাবে মোডীক জগৰীয়া […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক ডাউন ৪ মে’ পৰ্যন্ত বঢ়াই দিছে নেকি?

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ৫৩ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু লাখ লাখ মানুহ আক্রান্ত হৈ […]

Continue Reading