জিঅ’ৰ ইলেক্ট্ৰিক চাইকেল মুকলি হ’ব বুলি চৰ্চাহে লাভ কৰিছে, কিন্তু আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।  

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজৰ পৰা এখন ফটো আপলোড কৰি দাবী কৰা হৈছে যে ৰিলায়েন্স জিঅ’ই ইতিমধ্যেই জিঅ’ ইলেক্ট্ৰিক চাইকেল বজাৰত মুকলি কৰি দিছে। মুকেশ আম্বানী আৰু এখন ইলেক্ট্ৰিক চাইকেলৰ ফটো সংলগ্ন কৰি আপলোড কৰা ফটোখনত লিখা হৈছে এইদৰেঃ  JIOই মুকলি কৰিলে JIO ELECTRIC CYCLE। মাত্ৰ ২৯,৯৯৯ টকাৰ পৰা ক্ৰয় কৰিব পাৰিব ইলেক্ট্ৰিক চাইকেলখন। এবাৰ […]

Continue Reading

এই ভিডিঅ’টো অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেন্টৰ প্ৰাক-বিবাহ অনুষ্ঠানৰ নহয়।

শেহতীয়াকৈ কোটিপতি উদ্যোগপতি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহৰ পূৰ্বে অনুষ্ঠিত হোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গুজৰাটৰ জামনগৰলৈ সকলো শ্ৰেণীৰ চেলিব্ৰিটিয়ে ভিৰ কৰে। অনুষ্ঠানটোৰ পিছতে এই বৃহৎ অনুষ্ঠানটোৰ বহু ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। শীৰ্ষ চেফসকলে এই অনুষ্ঠানৰ বাবে ২৫০০ৰো অধিক খাদ্যবস্তুৰ এক বিস্তৃত মেনু তৈয়াৰ কৰিছিল। ইয়াৰ মাজতে […]

Continue Reading

নীতা আম্বানীয়ে নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচি’ৰ সমৰ্থনত টুইট কৰিছে নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট যি সময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদে অসমৰ লগতে সমগ্ৰ দেশতে তোলপাৰ লগাইছে, সেই সময়তে মুকেশ আম্বানীৰ ঘৈণীয়েক নীতা আম্বানীয়ে নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচি’ৰ সমৰ্থনত টুইট কৰিছে বুলি বিভিন্ন ছচিয়েল মিডিয়া পোষ্ট ভাইৰেল হৈ পৰিছে ।  অসমতো এই বিষয়ে বিভিন্ন পোষ্ট ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । হোজাই […]

Continue Reading