ৰাছিয়াৰ ৰাজধানী মস্কোৰ এক শ্বপিং চেণ্টাৰত ইউক্ৰেইনৰ ড্ৰোণ আক্ৰমণৰ এমাহ পুৰণি দৃশ্যকে ইউক্ৰেইনৰ ৰাজধানী কীভৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ বুলি বিভ্ৰান্তিকৰ প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক পেজত  ২০ জুলাই ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া উল্লিখিত দিনটোৰ ৰাতিপুৱা ৰাছিয়াৰ বোমা আৰু মিছাইলৰ আক্ৰমণত বিধ্বস্ত হোৱা ইউক্ৰেইনৰ ৰাজধানী কীভৰ দৃশ্য। পোষ্টটোত লিখিছে- আজি ৰাতিপুৱাৰ কীয়েভ চহৰৰ ধংসৰ দৃশ্য। ৰুছিয়াৰ ভয়ানক বোমা, মিচাইলৰ আঘাটত বিধস্ত ইউক্ৰেইনৰ ৰাজধানী চহৰখন   Facebook Link Archived Link কিন্তু দাবীটো সত্য […]

Continue Reading

মস্কোৰ পুৰণি ভিডিঅ’ ইজৰাইলৰ ওপৰত হোৱা শেহতীয়া আক্ৰমণ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে যিটো ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণ বুলি দাবী কৰা হৈছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই ভিডিঅ’টো একেই দাবীৰে প্ৰেৰণ কৰা হৈছিল।  কিন্তু এই দাবী সত্য হয়নে?  আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভনীতে সেই ভিডিঅ’টোৰ কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ […]

Continue Reading