আৰক্ষীৰ লোক এজনে হাতত শিলগুটি লৈ থকা এই ভাইৰেল ফটোখন দিল্লীৰ শেহতীয়া হিংসাত্মক ঘটনাৰ নহয়
ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত উত্তাল হৈ পৰিছে দেশৰ ৰাজধানী দিল্লী আৰু ধীৰে ধীৰে এই প্ৰতিবাদে বিক্ষোভৰ ৰূপ ধাৰণ কৰি সাম্প্ৰদায়িক সংঘৰ্ষলৈ ৰূপান্তৰিত হৈছে । বৰ্তমানলৈকে দিল্লীত বিভিন্ন সংঘৰ্ষত ৪০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে । দিল্লী আৰক্ষীৰ বিৰুদ্ধেও বিভিন্নজনে বিভিন্নধৰণৰ অভিযোগ তুলিছে । বহুতে অভিযোগ কৰিছে যে দিল্লী আৰক্ষীয়েহে […]
Continue Reading