লক ডাউনৰ সামাজিক দূৰত্ব প্ৰকৃতাৰ্থত মানি চলা বজাৰৰ এই ভাইৰেল ফটোবোৰ মিজোৰামৰ নহয়!
ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছৰ আক্ৰমণৰ ফলত সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ এক লাখ ৬৫ হেজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ২৫ লাখ মানুহ আক্রান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ওঠৰ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৬০৩ জনৰ মৃত্যু হৈছে […]
Continue Reading