দিল্লী পাব্লিক স্কুলে শিক্ষাৰ্থীৰ বাবে এনে ধৰণৰ ৪০০ টকীয়া মাস্ক প্ৰৱৰ্তন কৰিছে নেকি?

ফেচবুক লিংক । সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখ ৯৭ হেজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৬৮ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ২ লাখ ৫০ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৭ হাজাৰতকৈ অধিক […]

Continue Reading