এইটো চীনৰ প্ৰধান মন্ত্ৰীয়ে এক মছজিদত ক’ৰনা ভাইৰাছৰ পৰা নিৰাপত্তা বিচাৰি প্ৰাৰ্থনা কৰি থকা ভিডিঅ’ নহয়!
ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত এশজনতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰতকৈ অধিক […]
Continue Reading