কংগনা ৰানাৱতৰ সৈতে এয়া আবু চালেম নহয়, সাংবাদিক মাৰ্ক মেনুৱেল হে।

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এখন ফটো ভাইৰেল ৰৈ পৰা দেখা গৈছে। দাবী কৰা হৈছে যে বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱতে গেংষ্টাৰ আবু চালেমৰ সৈতে একেলগে ফটো উঠিছে।  আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে সেই স্ক্ৰীণশ্বটটো প্ৰেৰণ কৰি সেই কথা সঁচা নেকি জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।  Archived Link কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো […]

Continue Reading

এইয়া বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটক মুম্বাইলৈ আগবঢ়াই অনাৰ দৃশ্য নহয়!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে কেইখনমান বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোকেইখনত বহুতো গাড়ীৰ এক বিশাল ৰেলী দেখা গৈছে । দাবী কৰা হৈছে যে এইয়া বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটক ৰাজ থাকৰেৰ পৰা আদি কৰি বহু কেইটা হিন্দু সংগঠনে মুম্বাইলৈ আগবঢ়াই অনাৰ দৃশ্য হয় ।  উল্লেখযোগ্য যে কিছুদিনৰ পৰা কংগনা ৰাণাৱটক […]

Continue Reading