ভাৰত-ভূটান সীমান্তৰ প্ৰথমটো ইমিগ্ৰেচন চেকপোষ্ট মুকলি তামুলপুৰৰ দৰঙাত। সবিশেষ জানো আহক।

অসমৰ দৰঙাত প্ৰথমটো ইমিগ্ৰেছন চেকপোষ্ট মুকলিঃ ভাৰত আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰয়াসেৰে ৭ নৱেম্বৰ ২০২৪, বৃহস্পতিবাৰে ভাৰত-ভূটান সীমান্তৰ অসমৰ তামুলপুৰ জিলাৰ লেণ্ড প’ৰ্ট দৰঙাত এটা ইমিগ্ৰেচন চেকপোষ্ট (আই চি পি) উদ্বোধন কৰা হয়। ইয়াৰ পূৰ্বে ভাৰত আৰু ভূটানৰ মাজত যাত্ৰা কৰা অন্য দেশৰ নাগৰিকক কেৱল পাৰো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বা জয়গাঁও-ফুয়েনচেলিং স্থল সীমান্তৰে […]

Continue Reading

ভূটানে ভাৰতলৈ পানী যোগান বন্ধ কৰা নাই!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ ভূটানে অসমলৈ পানী বৈ অহাৰ পথ ৰুদ্ধ কৰিছে বুলি এক বাতৰি ভাইৰেল হৈ পৰিছে । ছচিয়েল মিডিয়াত এই বিষয়ে বিভিন্ন পোষ্ট শ্বেয়াৰ কৰা হৈছে আৰু বাতৰিটোৱে সমগ্ৰ দেশৰ লগতে অসমত খলকনিৰ সৃষ্টি কৰিছে । ইয়াকে লৈ আনকি যোৱা সোমবাৰে অসম-ভূটান সীমামূৰীয়া অঞ্চলৰ স্থানীয় কৃষক সকলে এক […]

Continue Reading