ইণ্ডিয়ান অইলে ইন্ধন টেংক সম্পূৰ্ণকৈ ভৰ্তি কৰিবলৈ মানা কৰা নাই
যোৱা কিছুদিন ধৰি হোৱাটচএপ যোগে এটা বিশেষ বাৰ্তা প্ৰচাৰ হোৱা দেখা গৈছে। সেই বাৰ্তাটো আমাৰ হোৱাটচএপ নম্বৰলৈও আহিছে। বাৰ্তাটোত ইণ্ডিয়ান অইলৰ পৰা অহা এটি সতৰ্কবাণীৰ এখন ফটো শ্বেয়াৰ কৰা হৈছে। Archived Link ফটোখনত ইণ্ডিয়ান অইলৰ ল’গ’সহ লিখা বাৰ্তাটো এনেধৰণৰ : “অনাগত দিনবোৰত তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা আছে, সেয়ে আপোনাৰ বাহনত পেট্ৰ’ল সম্পূৰ্ণৰূপে উচ্চ সীমালৈ নভৰাব। অন্যথা […]
Continue Reading