এইখন ভাৰতীয় টকাৰ হিচাপত বিভিন্ন দেশৰ পেট্ৰলৰ মূল্যৰ তালিকা নহয়!
ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ ভাৰতত পেট্ৰল আৰু ডিজেলৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে জনসাধাৰণক দুৰ্ভোগ ভোগাইছে আৰু বিভিন্নজনে এই বিষয়ত ছচিয়েল মিডিয়াত ক্ষোভ উজাৰিছে । এনে সময়তে এক বিশেষ ফেচবুক পোষ্ট ভাইৰেল হৈ পৰিছে । হিতেশ্বৰ লহকৰ নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা উক্ত পোষ্টটো ১৯ জুন, ২০২০ তাৰিখে আপলোড কৰা হৈছে । পোষ্টটোত এখন ফটো সংলগ্ন […]
Continue Reading