এয়া যোৱা ১৭ এপ্ৰিল ২০২৬ত ইৰাণে ষ্ট্ৰেইট অৱ হৰমুজ মুকলি কৰি দিয়া দৃশ্য নহয়।
শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত ১৮ এপ্ৰিল ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি সেয়া যোৱা ১৭ এপ্ৰিল ২০২৬,শুকুৰবাৰে ইৰাণে ষ্ট্ৰেইট অৱ হৰমুজ সম্পূৰ্ণৰূপে মুকলি কৰি দিয়া দৃশ্য বুলি দাবী কৰিছে। লেবাননৰে ইজৰাইলৰ যুদ্ধবিৰতিত সন্তুষ্ট হৈ ইৰাণে এইদৰে হৰমুজ প্ৰণালী মুকলি কৰি দিয়া বুলি ভিডিঅ’টোত টেক্স্ট ওভাৰলে’ কৰা দেখা গৈছে। দৃশ্যটোত লিখিছে– ‘ষ্ট্ৰেইট অৱ হৰমুজ’ সম্পুৰ্ণকৈ মুকলি […]
Continue Reading
