ভাৰতৰ ছাত্ৰয়ে আৱিষ্কাৰ কৰা ক’ৰনা ৰোগৰ দৰৱক বিশ্ব স্বাস্থ্য সংস্থায়ে অনুমোদন জনাইছে বুলি ভুৱা বাৰ্তা ভাইৰেল!

সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ বাৰ্তা হোৱাটচ এপ্পত ভাইৰেল হৈ পৰিছে । এই বাৰ্তাটোত দাবী কৰা হৈছে যে ভাৰতৰ পণ্ডিচেৰী ইউনিভাৰ্চিটিৰ ৰামু নামৰ এজন শিক্ষাৰ্থীয়ে ক’ৰনা ভাইৰাছ ৰোগৰ ঘৰুৱা দৰৱ বা উপশম বিচাৰি উলিয়াইছে আৰু ইয়াক বিশ্ব স্বাস্থ্য সংস্থায়ে স্বীকৃতি দিছে ।  দাবী কৰা হৈছে যে ১ চামুচ ক’লা জালুক ২ চামুচ মৌ আৰু অলপ […]

Continue Reading

নহৰু পানীত তিয়াই উতলাই খালে ক’ৰনা ভাইৰাছ ৰোগৰ পৰা উপক্ৰম পাব পাৰি নেকি?

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত এহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । […]

Continue Reading