ভিডিঅ’টোত বাংলাদেশৰ মুছলমান লোকে হিন্দু গাঁৱত আক্ৰমণ কৰা দেখা গৈছে নেকি? জানক সত্যতা।

অলপতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে ইছলাম ধৰ্মাৱলম্বী লোকৰ পোছাক পৰিহিত এদল লোকে হাতে  হাতে লাঠী লৈ গছ-গছনি, জেওৰা আদি ধ্বংস কৰি গৈ আছে আৰু গৰু-ম’হ লৈ গৈছে। তদুপৰি খেতিপথাৰৰ ঠায়ে ঠায়ে ধোঁৱা ওলাই থকা দেখা গৈছে। দাবী কৰা হৈছে যে ভিডিঅ’টো বাংলাদেশৰ আৰু তাত এনেদৰে মুছলমান লোকে হিন্দু গাঁৱত ধ্বংসলীলা […]

Continue Reading

বাংলাদেশৰ তিনিখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা সংঘৰ্ষৰ ভিডিঅ’ সাম্প্ৰদায়িক দাবীৰে ভাইৰেল।

এদল লোকে হাতে হাতে লাঠী লৈ ইজনে আনজনক প্ৰহাৰ কৰা এক দৃশ্য শেহতীয়াকৈ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। এই ভিডিঅ’টো বাংলাদেশৰ বুলি দাবী কৰা হৈছে। ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে বাংলাদেশৰ হিন্দুসকলক এনেদৰে অত্যাচাৰ কৰা হৈছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “লাইভ বাংলাদেশ ফাইল.. 😭😭😭 পেলেষ্টাইন’ৰ যিকোনো কথাটেই মুখৰ হোৱা ইক’ছিষ্টেম , ছেকুলাৰ […]

Continue Reading

হায়দৰাবাদৰ ভিডিঅ’ অসমৰ কৰিমগঞ্জত দুৰ্গা পূজা মণ্ডপ লণ্ডভণ্ড বুলি মিছা দাবীৰে ভাইৰেল কৰা হৈছে।  

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে যিটো ভিডিঅ’ত দেখা গৈছে যে  এখন দুৰ্গা পূজা মণ্ডপ লণ্ডভণ্ড কৰা হৈছে। তাত থকা দুৰ্গা প্ৰতিমাটোও ভাঙিছে। চৌপাশে সিচৰতি হৈ পৰি আছে বিভিন্ন পূজাৰ সামগ্ৰী। দাবী কৰা হৈছে যে সেয়া কৰিমগঞ্জৰ ঘটনা আৰু কোনো মুছলমান লোকে সেই কাণ্ড সংঘটিত কৰিছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই ভিডিঅ’টো একেই […]

Continue Reading

বোৰ্খা পিন্ধি অহা মহিলাক দুৰ্গা পূজা মণ্ডপত সোমাব নিদিয়া ভিডিঅ’টো স্ক্ৰিপ্টেড অৰ্থাত চিত্ৰনাট্যযুক্ত।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে যিটো ভিডিঅ’ত দেখা গৈছে যে এখন দুৰ্গা পূজা মণ্ডপত পুৰোহিত সমন্বিতে আন লোকো আছে। সেই মণ্ডপলৈ এগৰাকী বোৰ্খা পৰিহিত মহিলা আহি দেৱীৰ সেৱা ল’ব বিচাৰিছে। সেই সময়ত পুৰোহিতগাৰকীয়ে মহিলাগৰাকীক বাধা প্ৰদান কৰিছে আৰু অৱশেষত বোৰ্খা খুলাৰ পাছত হে তেওঁক মণ্ডপত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। আমাৰ […]

Continue Reading

বাংলাদেশৰ মহিলা উপাধ্যক্ষৰ লগত দুৰ্ব্যৱহাৰৰ ভিডিঅ’ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে এগৰাকী মহিলাক চকীত বহি থকা অৱস্থাত কেইবাগৰাকীও পুৰুষে আগুৰি তৰ্ক-বিতৰ্ক কৰি আছে আৰু এজন পুৰুষে মহিলাগৰাকীক টনা-আজোৰা কৰি চকীৰ পৰা উঠিবলৈ বাধ্য কৰিছে। দাবী কৰা হৈছে যে ভিডিঅ’টো বাংলাদেশৰ আৰু চকীত বহি থকা মহিলাগৰাকী এগৰাকী অধ্যক্ষ আৰু তেওঁক বলপূৰ্বকভাৱে অপসাৰণ কৰা হৈছে যিহেতু তেওঁ […]

Continue Reading

সীতাৰাম য়েছুৰী খ্ৰীষ্টান আছিল নেকি?

চিপিআই(এম) দলৰ সাধাৰণ সম্পাদক সীতাৰাম য়েছুৰীয়ে যোৱা ১২ চেপ্তেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যুৰ পাছত এখন বিশেষ ফটো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ফটোখনত দেখা গৈছে এখন বেনাৰ, য’ত হিন্দী ভাষাত লিখা আছে এইদৰে,”কমৰেড সীতাৰাম য়েছুৰী অমৰ ৰহে”। তাৰ সমুখত এটা কফিন আৰু বহুতো লোক সেই কফিনৰ চাৰিওফালে থিয় হৈ আছে। দাবী কৰা হৈছে যে […]

Continue Reading

মৌলৱী এজনে সৰু ল’ৰা এজনৰ ডিঙিৰ তাবিজ চিঙি আঁতৰোৱা এই ঘটনাৰ কোনো সাম্প্ৰদায়িক দিশ নাই।

বাংলাদেশৰ শেহতীয়া বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বাংলাদেশৰ বিভিন্ন দল সংগঠনৰ বান সাহায্য বিতৰণৰ বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। কিছুসংখ্যক পোষ্ট সাম্প্ৰদায়িক দিশেৰেও শ্বেয়াৰ কৰা দেখা গৈছে। তেনে ধৰণৰ এটা পোষ্ট আমি ফেচবুকত পালোঁ। পোষ্টটোত এখন ফটো আৰু এটা ভিডিঅ’ সংলগ্ন কৰা হৈছিল। ফটোখনত বাংলাদেশৰ ইস্কন মন্দিৰৰ সদস্যক বান সাহায্য বিতৰণ কৰা দেখা গৈছে। […]

Continue Reading

বাংলাদেশ ছাত্ৰ লীগৰ পুৰণি সমাবেশৰ ভিডিঅ’ বাংলাদেশত শেহতীয়াকৈ হিন্দুসকলে কৰা প্ৰতিবাদ সমাবেশৰ বুলি ভাইৰেল।

বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ পাছৰেপৰা বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াৰ মাজতে এক বিশাল সমাবেশৰ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত, য’ত সমাবেশকাৰীসকলে গেৰুৱা পোছাক পৰিধান কৰিছে। ভিডিঅ’টোৰ আমাৰ হোৱাটচ‌এপ নম্বৰলৈ(৯০৪৯০৫৩৭৭০) প্ৰেৰণ কৰি ব্যৱহাৰকাৰীয়ে লিখিছিল যে এয়া বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ প্ৰতিবাদৰ দৃশ্য। Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ […]

Continue Reading

মুছলমান টুপী পৰিহিত লোকে এখন তোৰণ হাতুৰীৰে কোবাই ভাঙিবলৈ চেষ্টা কৰা এই ভিডিঅ’টো বাংলাদেশৰ নহয়। তদুপৰি ইয়াত কোনো সাম্প্ৰদায়িক দিশ নাই।

মুছলমান টুপী পৰিহিত কিছু লোকে এখন পকী তোৰণ হাতুৰীৰে কোবাই ভাঙিবলৈ চেষ্টা কৰা এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে বাংলাদেশত এইদৰে মুছলমানে হিন্দুৰ মন্দিৰ ভাঙিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বাংলাদেশত এফালৰ পৰা জ্বলাই বা ভাঙি দিয়া হৈছে হিন্দুৰ মন্দিৰ।হিংসাত্মক প্ৰতিবাদৰ মাজতে চলিছে হিন্দুৰ ওপৰত অত্যাচাৰ”। Facebook Link | […]

Continue Reading

ভিডিঅ’টোত বাংলাদেশৰ হিন্দু মন্দিৰত জুই লগা দেখা গৈছে নেকি?

শেহতীয়াকৈ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে য’ত এটা ভৱনত জুই লগা দেখা গৈছে। দাবী কৰা হৈছে যে এইটো বাংলাদেশৰ এটা হিন্দু মন্দিৰ আৰু মুছলমানে সেই মন্দিৰটো জ্বলাই দিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”বাংলাদেশত মন্দিৰ জ্বলাই দিয়া হল । হিন্দুৰ অস্তিত্ব বিপন্ন । সমগ্ৰ বিশ্বত৫৮খন ইছলামিক ৰাষ্ট্ৰ থকা পিছত শ্বেখ হাচিনা শেষ আশ্ৰয় […]

Continue Reading