এইখন অসমৰ গোৱালপাৰা জিলাৰ ফটো নহয়!
ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ এখন নান্দনিক ফটো ফেচবুকত ভাইৰেল হৈ পৰিছে । উক্ত ফটোখন অসমৰ গোৱালপাৰা জিলাৰ হয় বুলি দাবী কৰা হৈছে । ফটোখনত এটা পকা, চিধা ৰাস্তা এক হেলনীয়া সেউজীয়া পাহাৰৰ কাষেদি পাৰ হৈ যোৱা দেখা গৈছে । উক্ত ফটোখন ধীমান চিনহা নামৰ এজন লোকে ৬ জুন, ২০২০ তাৰিখে আপলোড কৰিছে আৰু […]
Continue Reading