২০২৩ৰ চেপ্তেম্বৰৰে দৃশ্য GMCHৰ পাহাৰত শেহতীয়াকৈ নাহৰফুটুকী ওলোৱা বুলি মিছাকৈ প্ৰচাৰ।  

শেহতীয়াকৈ অসমৰ ফেচবুকত এটা সংবাদ মাধ্যমে ৯ মে’ ২০২৪ত এটা ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰিছে যে সেই ভিডিঅ’টো গুৱাহাটী মেডিকেল কলেজৰ সমীপৰ পাহাৰৰ। ভিডিঅ’টোত দেখা গৈছে যে নিশাৰ ভাগত এটা নাহৰফুটুকীয়ে ৰাষ্টা পাৰ হৈছে। এখন গাড়ীৰ ভিতৰৰ পৰা সেই ভিডিঅ’টো কেমেৰাত বন্দী কৰা হৈছে। ভিডিঅ’টো আপলোড কৰি লিখিছে- গুৱাহাটীৰ GMCHৰ পাহাৰত নাহৰফুটুকীৰ মুক্ত বিচৰণ। ইয়াৰ […]

Continue Reading

সঁচাকৈ ক’ৰনা ভাইৰাছ অসম পালেহি নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত এশজনতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰতকৈ অধিক […]

Continue Reading

এইটো সঁচাকৈ গুৱাহাটী মেডিকেল কলেজৰ ওচৰত ওলোৱা ভূতৰ ভিডিঅ’ নেকি?

ছচিয়েল মিডিয়াত (ফেচবুক, ইউটিউব আৰু হোৱাটচ এপ্প) এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ২৫ ছেপ্টেম্বৰ, ২০১৯ তাৰিখে ৰাতি ০০:১৯ বজাত মামন দেৱ নাথ নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা আপলো’ড হোৱা এই ভিডিঅ’টো বহুত বাৰ ফেচবুকত শ্বেয়াৰ হৈছে আৰু হোৱাটচ এপ্পৰ জৰিয়তে অসমত মোবাইলে মোবাইলে ভাইৰেল হৈ পৰিছে । “OMG Vhut” (অ’এমজি ভূত) শিৰোনামা দি […]

Continue Reading