FACT CHECK: তেজপুৰৰ লিছুৱে শেহতীয়ভাৱে জিআই টেগ লাভ কৰা নাই, টেগ ২০১৫চনৰে পৰা আছে!

ৰাজ্যখনৰ বিভিন্ন ফেচবুক টাইমলাইনত এতিয়া তেজপুৰৰ বিখ্যাত লিছুৱে জিওগ্ৰাফিকেল টেগ লাভ কৰা বুলি বিভিন্ন পোষ্টৰ জোৱাৰ উঠিছে। অসমৰ কিছুমান নিউজ পোৰ্টেলে প্ৰচাৰ কৰা কিছুমান পোষ্টো লাহে লাহে ভাইৰেল হোৱা দেখা গৈছে। তেনেকুৱা এটা বাতৰি থকা এটা লিংক শ্বেয়াৰ কৰা হৈছিল এই শীৰ্ষকটোৰে- “তেজপুৰৰ লেচুলৈ জি আই টেগ” বুলি ফেজবুক পেজ Northest Now Assameseএ ৭ নভেম্বৰ […]

Continue Reading

অসমৰ গামোচাই সঁচাকৈ পালে নে জি আই টেগ?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট সম্প্ৰতি অসমত এক বিশেষ বাতৰি ভাইৰেল হৈ পৰিছে । অসমৰ গামোচাক ভৌগোলিক সূচাংক (Geographical Indication, GI) প্ৰদান কৰা হ’ল বুলি ছচিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ উপৰিয়ো কিছুমান মূলসুঁতিৰ নিউজ গোষ্ঠীয়েও বাতৰি প্ৰকাশ কৰা দেখা গৈছে । ভৌগোলিক সূচাংক বা জি আই হৈছে কোনো কোনো বস্তুৰ আঞ্চলিক পৰিচয় অটুট ৰখাত সহায় কৰা […]

Continue Reading