জানুৱাৰীত হোৱা ইষ্টেমাত অংশ ল’বলৈ অহা ইছলাম ধৰ্মী লোকৰ দৃশ্যকে পশ্চিম বংগৰ পৰা পলায়ন কৰা কৰা বাংলাদেশীৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে।
শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা দৃশ্য আপলোড কৰি সেয়া পশ্চিম বংগৰ নতুন মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে অবৈধ বাংলাদেশীক শীঘ্ৰেই ৰাজ্যখন এৰি যাবলৈ সকিয়নী দিয়াৰ পাছত ৰাজ্যখনত থকা লাখ লাখ বাংলাদেশীয়ে এইদৰে পলায়ন কৰিবলৈ যোৱা দৃশ্য বুলি দাবী কৰা হৈছে- লিখিছে- পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে সকীয়নী দিয়াৰ পাছতেই বাংলাদেশী এনেদৰে ভাগিবলৈ আৰম্ভ কৰিছে । Facebook […]
Continue Reading
