গাজাত পেলেষ্টাইনৰ সমৰ্থকে গাধৰ দেহত ইজৰাইলৰ পতাকা আঁকি জীৱন্তে জ্বলাই দিছে নেকি? সত্যটো জানক।
শেহতীয়াকৈ অসমৰ হোৱাটছএপত এটা এক্স(পূৰ্বৰ টুইটাৰ) পোষ্টৰ স্ক্ৰিণশ্বট ভাইৰেল হৈ পৰিছে। টুইটটোত এখন ফটো সংলগ্ন কৰি ইংৰাজীতে লিখা কথাখিনিৰ ভাবানুবাদ এনেধৰণৰ-কল্পনা কৰকচোন, গাজাৰ এই মানুহবোৰ কিমান অসভ্য, বৰ্বৰ আৰু জন্তুৰ দৰে! এটা গাধৰ গাত ইজৰাইলৰ পতাকা আঁকি ইজৰাইল বনাই তাৰ পিছত গাধটোৰ ওপৰত পেট্ৰল ছটিয়াই জীৱিত অৱস্থাত জ্বলাই দিলে। এই জন্তুবোৰ জীৱনত কেতিয়াও মানুহ নহয়। […]
Continue Reading
