ইন্দোনেছিয়াৰ পুৰণি ভিডিঅ’ নেপালৰ শেহতীয়া পৰিস্থিতিৰ বুলি ভাইৰেল।

নেপালত চৰকাৰৰ বিৰুদ্ধে চলি থকা হিংসাত্মক প্ৰতিবাদৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ’। ইয়াত দেখা গৈছে যে কোনো এক ভৱনৰ মূল গেট ভাঙিবলৈ চেষ্টা কৰিছে মানুহৰ বিশাল ভিৰ এটাই। তাৰ পিছত তাত উপস্থিত থকা আৰক্ষীয়ে পানীৰ কামান আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে। দাবী কৰা হৈছে যে ভিডিঅ’টো নেপালৰ শেহতীয়া […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ চীনত ড্ৰোণ শ্ব’ৰ আয়োজন কৰা হৈছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

২০২৫ চনৰ ১ ছেপ্টেম্বৰত চীনৰ টিয়ানজিনত অনুষ্ঠিত হোৱা ২৫ সংখ্যক চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২০২৫ চনৰ ৩০ আগষ্টত মোদী টিয়ানজিনত উপস্থিত হৈছিল আৰু ৭ বছৰৰ ভিতৰত এয়া তেওঁৰ প্ৰথম চীন ভ্ৰমণ। এই পটভূমিত ড্ৰোণেৰে এগৰাকী নৃত্যশিল্পী আৰু পিএম মোদীৰ মুখৰ লগতে “MODI WELCOME TO CHINA” শব্দকেইটা গঠন কৰা এখন ফটো […]

Continue Reading

মহাৰাষ্ট্ৰৰ পুৰণি ভিডিঅ’ ৰাহুল গান্ধীৰ ভোট অধিকাৰ যাত্ৰাৰ সময়ৰ বুলি ভাইৰেল।

শেহতীয়াকৈ এক বিশাল জন সমাগমৰ দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে সেয়া বিহাৰত ৰাহুল গান্ধীৰ ভোট অধিকাৰ যাত্ৰাৰ সময়ত সমবেত হোৱা জনতাৰ দৃশ্য। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ […]

Continue Reading

পুৰণি ভিডিঅ’ মুম্বাইৰ শেহতীয়া বান পৰিস্থিতিৰ দৃশ্য বুলি ভাইৰেল।

যোৱা চাৰি-পাঁচদিন ধৰি মুম্বাইত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মুম্বাইৰ বিভিন্ন স্থানত বানপানীৰ সমস্যাই দেখা দিছে। ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানে মুম্বাইত অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। এই পৰিপ্ৰেক্ষিতত গেটৱে অৱ ইণ্ডিয়াৰ চাৰিওফাল প্লাৱিত হোৱাৰ দৃশ্য ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত সাগৰৰ বিশাল ঢৌৱে গেটৱে অৱ ইণ্ডিয়াথ খুন্দিওৱা দেখা গৈছে। দাবী কৰা হৈছে যে সেয়া মুম্বাইৰ শেহতীয়া পৰিস্থিতিৰ […]

Continue Reading

গুজৰাটৰ প্ৰথম টেলিফোন সংযোগ সবৰমতী আশ্ৰমত কৰা হৈছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত মহাত্মা গান্ধীয়ে টেলিফোনত কথা পাতি থকা এখন ফটো ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে গুজৰাটৰ প্ৰথম টেলিফোনটো সবৰমতী আশ্ৰমত মহাত্মা গান্ধীৰ টেবুলত স্থাপন কৰা হৈছিল।  ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “গুজৰাটৰ প্ৰথম টেলিফোনটো কোনো ডাঙৰ উদ্যোগপতি বা মিলৰ মালিকৰ ঘৰত নহয়, সাবৰমতী আশ্ৰমৰ গান্ধীজীৰ টেবুলতহে স্থাপন কৰা হৈছিল আৰু এই […]

Continue Reading

বাংলাদেশৰ মছজিদত শেহতীয়াকৈ মাৰণাস্ত্ৰ উদ্ধাৰ হৈছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে য’ত সেনাবাহিনীৰ লোক আৰু ইছলাম ধৰ্মাৱলম্বী ব্যক্তি কেইগৰাকীমানক বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ ওচৰত দেখা গৈছে। দাবী কৰা হৈছে যে এয়া বাংলাদেশৰ সেনাই মছজিদত মাৰণাস্ত্ৰ উদ্ধাৰ কৰাৰ দৃশ্য। ভাইৰেল ফটোখন কেইখনমান স্ক্ৰীণশ্বটৰ ক’লাজ, য’ত তছলিমা নাছৰিনৰ ফেচবুক পোষ্ট এটাৰ স্ক্ৰীণশ্বটো সংলগ্ন কৰা হৈছে। দাবী কৰা হৈছে, “অসমক সাঙুৰি […]

Continue Reading

ফিলিপাইনৰ পুৰণি ভিডিঅ’ উত্তৰাখণ্ডৰ শেহতীয়া বান আৰু ভূমিস্খলনৰ দৃশ্য বুলি ভাইৰেল।

শেহতীয়াকৈ উত্তৰাখণ্ডত হোৱা ভূমিস্খলনৰ দৃশ্য বুলি ছ’চিয়েল মিডিয়াত এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ হোৱা দেখা গৈছে। ভিডিঅ’টোত পাহাৰৰ পৰা বোকা-শিল-পানীৰ ঢল বৈ অহা দেখা গৈছে। দাবী কৰা হৈছে যে সেয়া উত্তৰাখণ্ডৰ গড়ৱালৰ দৃশ্য। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ উত্তৰাখণ্ডৰ শেহতীয়া বানৰ বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভূমিস্খলনৰ দুটা ভিন্ন দৃশ্যাংশ সংলগ্ন এটা ভিডিঅ’ ভাইৰেল হৈছে। দাবী কৰা হৈছে যে সেয়া উত্তৰাখণ্ডত হোৱা শেহতীয়া বান আৰু ভূমিস্খলনৰ দৃশ্য। Facebook Link | Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  প্ৰথমে আমি ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। প্ৰথম দৃশ্যাংশ […]

Continue Reading

ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ মন্তব্য বুলি ভুৱা পোষ্ট ভাইৰেল।

শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা হ’ব বুলি ঘোষণা কৰিছে। তেওঁ সকীয়াই দিয়ে যে ভাৰতে ৰাছিয়াৰ তেল আৰু অস্ত্ৰ ক্ৰয়ৰ বাবেও জৰিমনাৰ সম্মুখীন হ’ব। এই পটভূমিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ নামত এক ছ’চিয়েল মিডিয়া পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। পোষ্টটোত লিখা আছে, “আমাৰ […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ বুলি ভাইৰেল।

২০২৫ চনৰ ৩০ জুলাইৰ ৰাতিপুৱা ৰাছিয়াৰ কামছট্কা পেনিনছুলা (Kamchatka Peninsula) ৮.৮ প্ৰাৱল্যৰ ভূমিকম্প‌ই জোকাৰি যায় যাৰ ফলত জাপান, হাৱাই আৰু আমেৰিকাৰ পশ্চিম উপকূলত ছুনামীৰ সৃষ্টি হৈছে। এই পৰিপ্ৰেক্ষিতত কেইবাটাও দৃশ্যাংশ সংলগ্ন এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত আৰু দাবী কৰা হৈছে যে সেয়া ৰাছিয়াত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ দৃশ্য। Facebook Link | Archived Link কিন্তু এই […]

Continue Reading