এটি হাতীয়ে শিশু এটি উদ্ধাৰ কৰি অভিভাৱক দিয়া ভিডিঅ’টো AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা 

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া এটি হাতীয়ে শিশু এটিক উদ্ধাৰ কৰি অভিভাৱকৰ হাতত তুলি দিয়া সঁচা দৃশ্য।   Facebook Link Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ বাবে আমি ভিডিঅ’টো ভালকৈ পৰ্যবেক্ষণ কৰি দেখিলোঁ […]

Continue Reading

গজ মিত্ৰ আঁচনিৰ বিষয়ে এক আলোচনা

গজ মিত্ৰ আঁচনি কি?  গজ মিত্ৰ আঁচনি (Gajah Mitra Scheme) হৈছে চৰকাৰৰ এনে এক উদ্যোগ, যাৰ মূল লক্ষ্য হৈছে হাতী আৰু মানুহৰ মাজত হোৱা সংঘৰ্ষ (Human-Elephant Conflict) হ্ৰাস কৰোৱা। এই আঁচনিৰ জৰিয়তে স্থানীয় লোকক হাতীৰ সৈতে সহ-অবস্থানৰ বাবে সজাগ কৰি তোলা আৰু হাতীৰ সংৰক্ষণত সহায় কৰা হয়।   কিয় এই আঁচনি গুৰুত্বপূৰ্ণ?   অসমৰ দৰে ৰাজ্যত […]

Continue Reading

অনন্ত আম্বানীৰ নেতৃত্বৰ বনতাৰাঃ কি, ক’ত, আৰু কেনেকুৱা।

পাতনি শেহতীয়াভাৱে  অসমৰ সামাজিক মাধ্যম তথা সংবাদ মাধ্যমত গুজৰাটৰ এখন প্ৰতিষ্ঠানৰ ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে। সেয়া হৈছে গুজৰাটৰ জামনগৰস্থিত ৰিলায়েন্স ৰিফাইনেৰী কম্প্লেক্সত স্থাপন কৰা বনতাৰা বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ অথবা সাধাৰণ ৰাইজে বুজি পোৱাকৈ বনতাৰা চিৰিয়াখানা। বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ পৰা ১০টা হাতী অসমৰ মাজেৰে বনতাৰালৈ লৈ যোৱাৰ পাছত এই বিষয়ে ব্যাপক চৰ্চা দেখা গৈছে। ৮টা […]

Continue Reading

২০২১চনতে ওডিছাৰ মহানদীত ঘটা ঘটনাৰ দৃশ্য অসমৰ ধেমাজীৰ শেহতীয়া ঘটনা বুলি ভাইৰেল। 

শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। হোৱাটছপত বিয়পি কৰিছে এই ভিডিঅ’টো। ভিডিঅ’টোত দেখা গৈছে যে প্ৰচণ্ড সোঁত থকা এখন নদীত এটা হাতী আৱদ্ধ হৈ পৰিছে আৰু সেই হাতীটোক উদ্ধাৰ কৰিবলৈ যোৱা উদ্ধাৰকাৰী দল এটাও কোবাল সোঁতত পৰি বিপদৰ সমুখিন হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে সেয়া অসমৰ ধেমাজীৰ দৃশ্য। অৰ্থাত ব্ৰহ্মপুত্ৰ […]

Continue Reading

FACT CHECK: বটচৱানাৰ হাতী যুঁজৰ পুৰণি ভিডিঅ’ অসমৰ গোৱালপাৰাৰ বুলি শ্বেয়াৰ কৰা হৈছে!

অসমৰ গোৱালপাৰাত কেমেৰাত বন্দী হোৱাৰ দাবীৰে অসমৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত দুটা হাতীয়ে কিছুমান জোপোহাৰ মাজত এক স্থানত যুঁজি থকা এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত মানুহৰ মাত কথা তথা শব্দৰ উপৰিও কিছু যান-বাহনৰ শব্দ আছে যেন ওচৰতে এটা ব্যস্ত ৰাস্তা আছে ।  ফেচবুকত এনে এটা পোষ্ট আছে যিটো ১ ডিচেম্বৰ, ২০২১ তাৰিখে আপলোড কৰাৰ […]

Continue Reading