অসম চৰকাৰৰ বিৰুদ্ধে “আপোনালোকে শুভ মুহূৰতৰ অপেক্ষা কৰি আছে নেকি” বুলি কিয় গৰজি উঠিল উচ্চতম ন্যায়ালয়। সবিশেষ জানো আহক।

পাতনি বিদেশী চিনাক্তকৰণ, বিতাড়ণ, ডিটেনছন আদি শব্দ অসমৰ সাধাৰণ জনজীৱনত চিনাকি শব্দ। আজি বছৰ বছৰ ধৰি এই শব্দবোৰে সময়ে সময়ে অসমীয়াক চিন্তিত কৰি আহিছে তথা মাজে সময়ে বিৰোধ,বিবাদ আৰু বিদ্ৰোহৰো কাৰণ হৈ আহিছে। শেহতীয়াকৈ  মঙলবাৰে উচ্চতম ন্যায়ালয়ে অসম চৰকাৰে বিদেশী বুলি ঘোষণা কৰা লোকক বিতাড়ন কৰাৰ সলনি অনিৰ্দিষ্টকাললৈ ডিটেনছন চেণ্টাৰত ৰখাৰ বাবে তীব্ৰ ক্ষোভ উজাৰিলে। […]

Continue Reading

এই ভাইৰেল ভিডিঅ’টো অসমৰ ডিটেনশ্যন কেম্পৰ নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াকৈ অসমৰ লগতে গোটেই উত্তৰ পূবতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰবল আন্দোলন গঢ়ি উঠাৰ সময়তে ছচিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । অসমৰ ডিটেনশ্যন কেম্পৰ ভিডিঅ’ বুলি প্ৰচাৰ হোৱা এই ভিডিঅ’টোত কিছু মানুহৰ ওপৰত ভীষণ অত্যাচাৰ হোৱা দেখা গৈছে । যি সময়ত অসমৰ এনআৰচি, বিদেশী সমস্যা আৰু […]

Continue Reading