বিহাৰৰ এজন অধিবক্তাক আৰক্ষীয়ে টানি নিয়া দৃশ্যকে অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰা দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।  

শেহতীয়াভাৱে যোৱা ২০ জুলাই ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। ভিডিঅ’টোত দেখা গৈছে যে আৰক্ষী-প্ৰশাসনৰ লোকে এগৰাকী ক’লা চ্যুট পৰিহিত লোকক বলপূৰ্বক টানি লৈ গৈছে। সেই দৃশ্যটো আপলোড কৰি সেয়া অসমৰ মুখ্যমন্ত্ৰী বুলি দাবী কৰিছে ব্যৱহাৰকাৰীজনে।    Facebook Link Archived Link […]

Continue Reading

FACT CHECK: এই ‘জীৱ’টো বিহাৰৰ আকাশৰ পৰা সৰি পৰা নাই!

শেহতীয়াভাৱে অসমত ফেচবুকত এটা সৰু ভিডিঅ’ ক্লিপ ভাইৰেল হৈ পৰিছে এই দাবীৰে যে বিহাৰৰ দৰভাংগাৰ ওচৰত আকাশৰ পৰা এটা জীৱ সৰি পৰিছে। বিশেষ সেই ফেচবুক পোষ্টটো ভাইৰেল হৈ পৰিছে আৰু ৰাজ্যখনত বিভিন্নজনে সেই চুটি ভিডিঅ’ ক্লিপটো আপলোড আৰু শ্বেয়াৰ কৰি আছে। Original Link- Facebook | Archived Link Original Link- Facebook | Archived Link Original Link- […]

Continue Reading