গুজৰাটৰ ৰাপাৰ জিলাৰ গোশালাৰ গো-ধনৰ দৃশ্যকে জন্তৰ-মন্তৰলৈ আহি থকা লোকৰ দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত ১৫ জুলাই, ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া দিল্লীৰ জন্তৰ-মন্তৰলৈ বুলি আহি থকা এজাক মানুহৰ দলৰ দৃশ্য। পোষ্টটোত লিখিছে– দেশৰ স্বাৰ্থ ত আৰু চৰকাৰৰ বিৰুদ্ধে মানুহে আহি আছে জন্ত্ৰমন্ত্ৰত Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত […]
Continue Reading
