FACT CHECK: আইমী বৰুৱায়ে ‘কা’ নমনা লোকক অসম তথা ভাৰতৰ পৰা খেদি পঠিওৱা হব বুলি কোৱা নাছিল!

শেহতীয়াকৈ অসমত ছ’চিয়েল মিডিয়াৰ যোগেদি এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । বিভিন্নজনে উক্ত ভিডিঅ’টো ফেচবুকত আপলোড কৰি দাবী কৰিছে যে অসমৰ বিজেপি মন্ত্ৰী পিযুষ হাজৰিকাৰ পত্নী আইমী বৰুৱায়ে এক ভাষণত ‘কা’ বা নাগৰিকত্ব সংশোধনী আইন নমনা লোক সকলক অসম তথা ভাৰতৰ পৰা খেদি পঠিওৱা হব বুলি কৈছে ।  Original Link- Facebook | Archived Link […]

Continue Reading

অসমৰ ডিব্ৰুগড় জিলাত পুলিচৰ গুলিত কোনো প্ৰতিবাদকাৰী ছোৱালীয়ে মৃত্যুবৰণ কৰা নাই!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট সম্প্ৰতি অসমৰ লগতে গোটেই উত্তৰ পূবতেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰবল প্ৰতিৰোধ গঢ়ি উঠিছে আৰু অসমত ঠাইয়ে ঠাইয়ে চৰকাৰী বাহিনী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাত হৈছে । ইয়াকে লৈ অসমত ছচিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ বাতৰি ভাইৰেল হৈ পৰিছে । বিশেষকৈ ফেচবুকত ভাইৰেল হোৱা এই বাতৰিৰ মতে অসমৰ ডিব্ৰুগড় জিলাৰ বকুলত […]

Continue Reading