পুৰণি অপ্ৰাসংগিক ভিডিঅ’ ৰাজস্থানৰ শ্ৰী গংগানগৰৰ গণধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত বুলি ভাইৰেল।

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱানে এগৰাকী কণমানি ছোৱালীক সান্ত্বনা দিয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া ৰাজস্থানৰ শ্ৰী গংগানগৰৰ গণধৰ্ষণৰ বলি হোৱা নাবালিকাগৰাকীৰ ভিডিঅ’। ভাইৰেল ভিডিঅ’টোত আন দুটা ক্লিপ ক’লাজ আকাৰে সংলগ্ন কৰা হৈছে য’ত দেখা গৈছে যে কেইজনমান লোকক আৰক্ষীয়ে আটক কৰি জনতাৰ সন্মুখত মৰিয়াইছে। দাবী […]

Continue Reading