ৰে’লৱে ষ্টেচনৰ ৱেইটিং ৰুম, স্নানাগাৰ -শৌচাগাৰ ব্যৱহাৰৰ বাবদ জি এচ টি আৰোপ কৰা হোৱা নাই 

শেহতীয়াকৈ এটা বিশেষ বাতৰি বিভিন্ন চ’চিয়েল মেডিয়া প্লেটফৰ্মত ভাইৰেল হোৱা দেখা গৈছে। বাতৰিত কোৱা হৈছে যে ৰে’ল ষ্টেচনৰ ৱেইটিং ৰুম ব্যৱহাৰৰ বাবদ প্ৰতি ঘণ্টাত ৩০ টকাকৈ দিব লাগিব। তদুপৰি শৌচাগাৰ ব্যৱহাৰ কৰিলে দিব লাগিব ১২% জি এচ টি।  Facebook Link এই বাতৰিটো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও আহিছিল। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান […]

Continue Reading

Explainer: UPI লেনদেনৰ ওপৰত চাৰ্জৰ বিষয়ে জানিবলগীয়া সকলো কথা

ডিজিটেল পেমেণ্ট খণ্ডত ভাৰতে দৈনিক ২৬ কোটিৰো অধিক ডিজিটেল পেমেণ্ট লেনদেন কৰি আগবাঢ়ি আছে। এই ২৬ কোটি লেনদেনৰ দুই তৃতীয়াংশতকৈ অধিক লেনদেন ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউপিআই) ব্যৱস্থাৰ দ্বাৰা প্ৰক্ৰিয়াকৰণ কৰা হয়। ২০১৬ চনত আৰম্ভ কৰাৰ পিছত মাত্ৰ যোৱা মাহত ইউপিআইয়ে ২০২২ চনৰ জুলাই মাহত ৬.২৮ বিলিয়ন লেনদেনৰ সৈতে সৰ্বকালৰ সৰ্বাধিক সংখ্যক লেনদেন পঞ্জীয়ন কৰে।এই বিশাল […]

Continue Reading