দক্ষিণ কোৰিয়াৰ ফেশ্বন লজিষ্টিক চেণ্টাৰত হোৱা অগ্নিকাণ্ডৰ দৃশ্যকে আমেৰিকা আৰু ইৰাণৰ বোমাবৰ্ষণৰ দৃশ্য বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া আমেৰিকা আৰু ইৰাণৰ শেহতীয়া বোমাবৰ্ষণৰ দৃশ্য। পোষ্টটোত লিখিছে-  আমেৰিকাৰ ধাৰাষাৰ বোমা বৰ্ষণৰ লগতে ইৰাণৰো প্ৰত্যাক্ৰমণ চলি আছে। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভনীতে […]

Continue Reading