বাৰ্ষিক চৰাইচুং মহোৎসৱঃ এক চমু আলোচনা।  

পাতনি এছিয়াৰ প্ৰথম সংৰক্ষিত চৰাইৰ বাসস্থান বুলি গণ্য কৰা ঐতিহাসিক চৰাইচুং পক্ষী অভয়াৰণ্যৰ (Royal Bird Sanctuary)সংৰক্ষণ আৰু পুনৰুজ্জীৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰি অসমৰ মাজুলীত অনুষ্ঠিত কৰা হয় বাৰ্ষিক চৰাইচুং মহোৎসৱ। বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ মাজুলীত প্ৰায় বন্ধ হৈ পৰা ৰয়েল বাৰ্ড চেঞ্চুৰীয়েৰীক পুনৰুজ্জীৱিত আৰু সংৰক্ষণৰ প্ৰয়াসত দ্বিতীয়বাৰৰ বাবে দ্বীপ জিলাখনত চৰাইচুং উৎসৱৰ আয়োজন কৰা হৈছে। […]

Continue Reading

সঁচাকৈয়ে চৰাইটোৱে ৰাষ্ট্ৰীয় পতাকাখন মেলি দিয়াত সহায় কৰিছিল নেকি?

শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত দেখা গৈছে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত পতাকাখন খোল খোৱাত অলপ পলম হৈছিল আৰু এটা চৰাই উৰি আহি পতাকাখনৰ ওচৰ পাওঁতে পতাকাখন খোল খায়। ভিডিঅ’টো ছ’চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হৈছে য’ত দাবী কৰা হৈছে যে জোঁট-পোট খোৱা ৰাষ্ট্ৰীয় পতাকাখন এনেদৰে চৰাইটোৱে মেলি দিলে।  Facebook Link | […]

Continue Reading

এইখন পৃথিৱীৰ ক্ষুদ্ৰতম চৰাই হামিংবাৰ্ডৰ দুষ্প্ৰাপ্য ছবি নেকি?

ছচিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে । অসমতো হোৱাটচ এপ্পৰ জৰিয়তে এই বিশেষ ফটোখন ব্যাপক ভাৱে প্ৰচাৰ হৈছে  । ফটোখনত মানুহৰ নখটোতকৈও সৰু, অতি ক্ষুদ্ৰ চৰাই এটা দেখা গৈছে । দাবী কৰা হৈছে যে এইয়া হ’ল হামিংবাৰ্ড চৰাই যি পৃথিৱীৰ আটাইতকৈ সৰু চৰাই বুলি জনাজাত । অসমত হোৱাটচ এপ্পৰ জৰিয়তে […]

Continue Reading