যুদ্ধ বিধ্বস্ত গাজাৰ অৱস্থাক লৈ নিৰ্মাণ কৰা বাস্তৱভিত্তিক তথ্যচিত্ৰৰ দৃশ্যকে পাকিস্তানী নাগৰিকে দেশ এৰি পলায়ন কৰা দৃশ্য বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াকৈ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত অসমৰ সামাজিক মাধ্যমত সেই ঘটনাটোৰ লগত সংগতি ৰাখি বিভিন্ন ফটো, ভিডিঅ’ প্ৰচাৰ হৈ আছে। তাৰে কিছুমানৰ সত্যতা নিৰূপণ ইতিমধ্যেই আমি কৰিছোঁ। এই বিষয়টোৰ সৈতে সাঙোৰ খাই থকা আন এক ভিডিঅ’ এক ব্যৱহাৰকাৰীয়ে আপলোড কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। দৃশ্যটোত দেখা গৈছে যে এক যুদ্ধ বিধ্বস্ত অঞ্চলৰ পৰা শিশু-মহিলাকে ধৰি অসংখ্য […]

Continue Reading

“পাঠান” ছবি সম্পৰ্কে বিবিচিৰ ভাইৰেল টুইটটো ভুৱা

শেহতীয়াকৈ বিবিচি নিউজৰ টুইটাৰৰ এটা স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে য’ত বলীউডৰ অভিনেতা শ্বাহৰুখ খানে পাকিস্তানক দ্বিতীয় ঘৰ বুলি অভিহিত কৰি ঘোষণা কৰিছে যে তেওঁৰ ছবি ‘পাঠান’ৰ প্ৰথম দিনাৰ পৰা পোৱা ধন পাকিস্তানী এন জি অ’ক প্ৰদান কৰা হ’ব। জন আব্ৰাহাম আৰু দীপিকা পাডুকনে শ্বাহৰুখ খানৰ এই সিদ্ধান্তক সমৰ্থন কৰি “বয়ক’ট গেঙ”ৰ প্ৰতি তেওঁলোকৰ […]

Continue Reading