প্ৰাক্তন বিধায়িকাৰ ওপৰত হোৱা আক্ৰমণৰ পুৰণা ফটো ব্যৱহাৰ কৰি টুইটাৰত ভাইৰেল ভুৱা পোষ্ট
ছচিয়েল নেটৱৰ্ক ছাইট টুইটাৰত ভাইৰেল হৈ পৰিছে দুখন বিশেষ ফটো। কংগ্ৰেছ মুক্ত ভাৰত (@sagenaradmuni) নামৰ টুইটাৰ হেণ্ডেল এটাৰ পৰা আপলোড হোৱা ফটো দুখন হৈছে অসমৰ প্ৰাক্তন বিতৰ্কিত কংগ্ৰেছ বিধায়িকা ৰুমী নাথ আৰু তেওঁৰ দ্বিতীয় স্বামী জেকী জাকিৰ হুছেইনৰ। ৪ অক্টোবৰ, ২০১৯, পুৱতি নিশা ২:২৩ বজাত পোষ্ট কৰা আপডেটটোত লিখা হৈছে যে “এগৰাকী হিন্দু নাৰীয়ে নিজৰ […]
Continue Reading