এয়া যোৱা ১৭ এপ্ৰিল ২০২৬ত ইৰাণে ষ্ট্ৰেইট অৱ হৰমুজ মুকলি কৰি দিয়া দৃশ্য নহয়। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত ১৮ এপ্ৰিল ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি সেয়া যোৱা ১৭ এপ্ৰিল ২০২৬,শুকুৰবাৰে ইৰাণে ষ্ট্ৰেইট অৱ হৰমুজ সম্পূৰ্ণৰূপে মুকলি কৰি দিয়া দৃশ্য বুলি দাবী কৰিছে। লেবাননৰে ইজৰাইলৰ যুদ্ধবিৰতিত সন্তুষ্ট হৈ ইৰাণে এইদৰে হৰমুজ প্ৰণালী মুকলি কৰি দিয়া বুলি ভিডিঅ’টোত টেক্স্ট ওভাৰলে’ কৰা দেখা গৈছে। দৃশ্যটোত লিখিছে–  ‘ষ্ট্ৰেইট অৱ হৰমুজ’ সম্পুৰ্ণকৈ মুকলি […]

Continue Reading

এয়া হৰমুজ প্ৰণালীত চীনা নৌসেনাৰ শেহতীয়া প্ৰতিৰক্ষা ব্যৱস্থাৰ দৃশ্য নহয়।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি সেয়া হৰমুজ প্ৰণালীত চীন দেশৰ নৌ সুৰক্ষা ব্যৱস্থাৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে– আকাশেৰে MI-28 হেলিকপ্তাৰেৰে ৰাছিয়াই আৰু যুদ্ধ     জাহাজেৰে সাগৰত ইৰাণক সুৰক্ষা দি আছে চীনে।    Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত […]

Continue Reading

এয়া  লেবাননত কৰা আক্ৰমণৰ দৃশ্য নহয়। এয়া ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণৰ দৃশ্যহে। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি সেয়া দক্ষিণ লেবাননত হিজবুল্লাহ সন্ত্ৰাসবাদী নিহত দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে–  ইজৰাইলে প্ৰক্ষেপ কৰা প্ৰযুক্তিৰ সহায়ত দক্ষিণ লেবাননত বাহৰপাতি থকা এটি এটি হিজবুল্লা সন্ত্ৰাসবাদী উৰি উৰি ৭২ হুৰ পোৱাৰ দিশে ধাবিত । Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ […]

Continue Reading

এয়া ইজৰাইলৰ হাইফাৰ ৰিফাইনেৰীৰ শেহতীয়া দৃশ্য নহয়, অন্য এক প্ৰান্তৰ নিওত হোভাভৰ এক পুৰণি দৃশ্যহে।  

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ হাইফাত থকা ৰিফাইনেৰীত শেহতীয়াকৈ ইৰাণে আক্ৰমণ কৰা দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে– হাইফাত থকা ইজৰাইলৰ ৰিফাইনেৰীত ইৰানৰ আ*ক্ৰ*মন…… কলা ধোঁৱাই ছানি ধৰিছে সমগ্ৰ অঞ্চল    Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ […]

Continue Reading