অসমত ডেলিমিটেশ্বন (Delimitation) বা সমষ্টি পুণৰনিৰ্ধাৰণ কি আৰু কিয় গুৰুত্বপূর্ণ – এটা বিস্তৃত ব্যাখ্যা।

ডেলিমিটেশ্বন (Delimitation) বা সমষ্টি পুণৰনিৰ্ধাৰণ মানে কি? ডেলিমিটেশ্বন বুলিলে নিৰ্বাচনী এলেকাৰ (constituency) সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়াক বুজায়। ইয়াৰ মূল উদ্দেশ্য হৈছে জনসংখ্যাৰ আধাৰত সমান প্ৰতিনিধিত্ব নিশ্চিত কৰা। অৰ্থাৎ, প্ৰতিটো বিধানসভা বা লোকসভা সমষ্টিত প্ৰায় সমান সংখ্যক লোক থাকিব লাগে যাতে ভোটৰ মূল্য সকলো ঠাইতে সমান হয়। ডেলিমিটেশ্বন (Delimitation) কেনেকৈ কৰা হয়? ভাৰতত ডেলিমিটেশ্বন সাধাৰণতে […]

Continue Reading

বিলাৱল ভূট্টোৱে “আমাৰ মানুহ ভাৰতৰ সংসদত বহি আছে” বুলি কোৱা ভিডিঅ’টো মিছা।   

শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে পাকিস্তানৰ বিধানসভাত বিলাৱল ভূট্টৱে কৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সমুখতেই তেওঁলোকে নিজৰ উদ্দেশ্যৰ বক্তব্য প্ৰকাশ কৰোৱাব পাৰে। ভিডিঅ’টোত নেতা বিলাৱল ভূট্টোৱে কৈছে “কোনে ৰাতিৰ আন্ধাৰত আক্ৰমণ কৰে? আমি তো তেওঁলোকৰ প্ৰধানমন্ত্ৰীৰ সমুখতে আমাৰ প্ৰপোগাণ্ডা কোৱাব পাৰোঁ।”  Facebook Link Archived Link  Facebook Link Archived […]

Continue Reading