AI Generated ভিডিঅ’কে মাত্ৰাধিক পাপ কৰা লোকৰ ভিডিঅ’ বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’ত দেখা শীৰ্ণকায়,আলৰ বুঢ়া ব্যক্তিগৰাকী হৈছে এগৰাকী পাপ কৰা ব্যক্তি, যিয়ে মাত্ৰাধিক পাপ কৰাৰ বাবে তেওঁৰ এই অৱস্থা হৈছে। ফেচবুক ব্যৱহাকাৰীজনে কেমেৰাৰ সমুখত নিজমুখে অসমীয়া ভাষাত সেই দাবী  কৰিছে।    Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা […]

Continue Reading

অৰ্চিতা ফুকন- কৃত্ৰিম বুদ্ধিমত্তা সৃষ্ট এক চৰিত্ৰ।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এগৰাকী যুৱতীৰ আপত্তিজনক ফটো কিছুমান ভাইৰেল হৈছিল। দাবী কৰা হৈছিল যে যুৱতীগৰাকী অসমৰ আৰু তেওঁৰ নাম অৰ্চিতা ফুকন, যিয়ে শেহতীয়াকৈ প’ৰ্ণ জগতত পদাৰ্পন কৰিছে। এই যুৱতীগৰাকীৰ বিভিন্ন ফটো তথা ভিডিঅ’ বহু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ব্যাপকভাৱে শ্বেয়াৰ কৰাৰ উপৰিও অসমৰ বিভিন্ন প’ৰ্টেলত অসমৰ যুৱতীৰ প’ৰ্ণ জগতত পদাৰ্পন সম্পৰ্কে বাতৰি পৰিৱেশন পৰ্যন্ত কৰা হয়। […]

Continue Reading

AI Generated ভিডিঅ’ৰে গোৱাত ভূমিকম্প অহা দৃশ্য বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে  যোৱা ১৫জুন ২০২৫ত ৰাতিপুৱা ৬ বজাত গোৱাত হোৱা এক ভূমিকম্পত ৭০  হেজাৰ লোকৰ মৃত্যু ঘটিছে। ভিডিঅ’টোত দেখা গৈছে যে বৰ বৰ অট্টালিকা খহি পৰিছে আৰু বিভিন্ন লোক তথা যান বাহন তীব্ৰ গতিত অহা-যোৱা কৰিছে।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি […]

Continue Reading

এই ব্যক্তিজনৰ বয়স ৩৫০ বছৰ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’ত দেখা শীৰ্ণকায়,আলৰ বুঢ়া ব্যক্তিগৰাকীৰ বয়স ৩৫০ বছৰ আৰু তেওঁ নিজৰ ৭ম ভতিজাকৰ কোলাত বহি আছে। ফেচবুক ব্যৱহাকাৰীজনে কেমেৰাৰ সমুখত নিজমুখে অসমীয়া ভাষাত সেই দাবী  কৰিছে।    Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত […]

Continue Reading

কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা চৰাইৰ ভিডিঅ’ প্ৰকৃত চৰাই বুলি ভাইৰেল।

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ (৯০৪৯০৫৩৭৭০) দুটা বিশেষ ধৰণৰ চৰাইৰ এটা ভিডিঅ’ ফ’ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ’টোত থকা চৰাই দুটাৰ মূৰত টুপী সদৃশ গঠন এটা আছিল আৰু চৰাই দুটাৰ গা আৰু পাখিত অলংকাৰৰ নিচিনা কিছুমান বস্তু আছিল। ভিডিঅ’টো আমালৈ প্ৰেৰণ কৰি ব্যৱহাৰকাৰীয়ে জানিব বিচাৰিছিল এই চৰাইৰ নাম। Archived Link. এই একেটা ভিডিঅ’ ফেচবুকতো আমি পালোঁ। ভিডিঅ’টো শ্বেয়াৰ […]

Continue Reading

ডিপফেক কি আৰু কেনেকৈ চিনাক্ত কৰিব।

১৯ এপ্ৰিলৰ পৰা ভাৰতত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰম্ভ হৈছে। লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰেপৰা বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। চ’ছিয়েল মিডিয়াতো নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এনে সময়তে অভিনেতা আমিৰ খান আৰু ৰনৱীৰ সিঙৰ দুটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে চ’ছিয়েল মিডিয়াত। ভিডিঅ’ দুটাত আমিৰ খান আৰু ৰনৱীৰ সিঙে […]

Continue Reading