ক্ৰিমিয়াৰ এখন দলং বিষ্ফোৰণত ক্ষতিগ্ৰস্ত হোৱা পুৰণি দৃশ্যকে ইৰাণে চৌদি আৰৱ,বাহৰেইন সংযোগী দলং ধ্বংস কৰা বুলি মিছাকৈ প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক পেজত  ১৯ জুলাই ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া ইৰাণৰ মিছাইল আক্ৰমণত ছৌদি আৰৱ আৰু বাহৰেইনৰ সংযোগী এখন দলং ধংস হোৱা এক দৃশ্য। পোষ্টটোত লিখিছে- ইৰাণী মিছাইল আক্ৰমণত ধংশ ছৌদি আৰৱ আৰু বাহৰেইনৰ দলং   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ […]

Continue Reading