ইৰাণৰ শেহতীয়া ১৪ দফীয়া প্ৰস্তাৱঃ এক সংক্ষিপ্ত ব্যাখ্যা। 

File Photo:- AP  পাতনিঃ আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণৰ পাছত ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে আৰম্ভ হোৱা যুদ্ধৰ অন্ত পেলোৱাৰ লক্ষ্যৰে ২০২৬ চনৰ মে’ মাহৰ আৰম্ভণীতে ইৰাণে পাকিস্তানী মধ্যস্থতাকাৰীৰ জৰিয়তে আমেৰিকালৈ ১৪টা দফাৰ নতুন প্ৰস্তাৱ দাখিল কৰিছে। এই প্ৰস্তাৱত বৰ্তমানৰ ভংগুৰ যুদ্ধবিৰতিক ৩০ দিনৰ ভিতৰত স্থায়ী শান্তি নিষ্পত্তিলৈ ৰূপান্তৰিত কৰিব বিচৰা হৈছে। কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড […]

Continue Reading

এয়া যোৱা ১৭ এপ্ৰিল ২০২৬ত ইৰাণে ষ্ট্ৰেইট অৱ হৰমুজ মুকলি কৰি দিয়া দৃশ্য নহয়। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত ১৮ এপ্ৰিল ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি সেয়া যোৱা ১৭ এপ্ৰিল ২০২৬,শুকুৰবাৰে ইৰাণে ষ্ট্ৰেইট অৱ হৰমুজ সম্পূৰ্ণৰূপে মুকলি কৰি দিয়া দৃশ্য বুলি দাবী কৰিছে। লেবাননৰে ইজৰাইলৰ যুদ্ধবিৰতিত সন্তুষ্ট হৈ ইৰাণে এইদৰে হৰমুজ প্ৰণালী মুকলি কৰি দিয়া বুলি ভিডিঅ’টোত টেক্স্ট ওভাৰলে’ কৰা দেখা গৈছে। দৃশ্যটোত লিখিছে–  ‘ষ্ট্ৰেইট অৱ হৰমুজ’ সম্পুৰ্ণকৈ মুকলি […]

Continue Reading

টেল আভিভৰ আকাশত কাউৰীৰ জাকৰ এই দাবীটো আংশিকভাৱে মিছা।  

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত দুখন ফটো একেলগে আপলোড কৰি সেয়া ইজৰাইলৰ আকাশত অসংখ্য কাউৰীৰ বিচৰণৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে–  ইজৰাইলৰ বাণিজ্যিক ৰাজধানী টেল আভিভৰ আকাশত হাজাৰ হাজাৰ কাউৰীৰ অস্বাভাৱিক জাকে চানি ধৰা এক ভিডিঅ’ বৰ্তমান সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। এই দৃশ্যক লৈ নেটিজেনসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ লগতে বিভিন্ন ৰহস্যময় ধাৰণাৰো […]

Continue Reading

এয়া আচলতে ডুবাইৰ জেবেল আলী বন্দৰত মিছাইলৰ অৱশেষ পৰি ওলোৱা ধোৱা আৰু জুইৰ দৃশ্যহে। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণে অতি শেহতীয়াকৈ আমেৰিকান ডেটা চেণ্টাৰত কৰা আক্ৰমণৰ পাছৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে– ইৰাণে কালি আমেৰিকান ডেটা চেন্টাৰ ১৮টা আক্ৰমণ কৰাৰ ভাবুকী দি কালি নিশা কৰিম বুলি কৰি দেখুৱালে। নিশা ১০’৩০ৰ সময় দি সকলো কৰ্মচাৰীকে কিঃমিটাৰ আঁতৰি যাবলৈ নিৰ্দেশ দিছিল-১৮ কোম্পানীৰ তালিকা খনত […]

Continue Reading

এয়া আচলতে ৱাশ্বিংটন ডিচিত সামৰিক শক্তি মোতায়েনৰ প্ৰতিবাদত জনতাই উলিওৱা ট্ৰাম্প বিৰোধী মিছিলৰ দৃশ্য়।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি সেয়া শেহতীয়া ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত আমেৰিকাত ট্ৰাম্পৰ বিৰুদ্ধে উলিওৱা প্ৰতিবাদী সমদলৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে– ডোনাল্ড ট্ৰাম্প-ন্যেত্যুনুহুৰ বিৰুদ্ধে বিশাল প্ৰতিবাদ। আমেৰিকাৰ ৫০চহৰত ৯০লাখ লোক ওলাই আহিল। ইজৰাইলত আমেৰিকাতকৈয়ো বৃহত প্ৰতিবাদ আৰম্ভ। ট্ৰাম্প ও ন্যেত্যানুহুৱে কৰিছে বিশ্বক নৰকুন্ডত পৰিণত। এপ্সটেইন ফাইলক […]

Continue Reading

পুৰণি আৰু সম্পৰ্কহীন দৃশ্যৰে হৰমুজ প্ৰণালীত আমেৰিকাৰ জাহাজ জব্দ কৰা বুলি দাবী।       

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি সেয়া ষ্ট্ৰেইট অৱ হৰমুজ পাৰ হ’বলৈ চেষ্টা কৰি ইৰাণৰ হাতত আটক হোৱা আমেৰিকাৰ এখন জাহাজৰ  দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে–   আমেৰিকাই দাদাগিৰি চলালে ষ্ট্ৰেইট অৱ হৰমুজতো। ইৰাণৰ ওচৰত হাৰ মানি আটক হল জাহাজ-নাৱিক। ইৰাণে বলবৎ কৰা ট্ৰেনজিত কৰ নিদি বলপুৰ্বকভাৱে দাদাগিৰি দেখুৱাই পলাই যাবলৈ চেষ্টা […]

Continue Reading

২০২৫ৰ জুনত ইজৰাইলৰ আকাশত ইৰাণৰ ড্ৰোণ ধ্বংস কৰা পুৰণি দৃশ্যকে শেহতীয়া যুদ্ধৰ সময়ৰ বুলি বিভ্ৰান্তিকৰ দাবী।  

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ বায়ুসেনাই শেহতীয়া যুদ্ধত ইৰাণৰ যুঁজাৰু বিমান ধ্বংস কৰা দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে-   ইজৰাইলৰ আকাশত ইৰাণৰ ধ্বংসলীলা! আকাশতে চাৰখাৰ হ’ল শত্ৰুৰ যুঁজাৰু বিমান। ইজৰাইলী বায়ুসেনাৰ (IAF) হাতত ধৰাশায়ী ইৰাণ। নিজৰ আকাশী সীমা সুৰক্ষিত ৰাখিবলৈ ইজৰাইলে দেখুৱালে এক ভয়ংকৰ ৰূপ। ইজৰাইলৰ এই শ্ৰেষ্ঠত্বৰ ওপৰত […]

Continue Reading

এয়া ভেনিজুৱেলাৰ ওপৰত আমেৰিকাৰ অভিযান নহয়। আমেৰিকান সেনাৰ বিশেষ কমাণ্ড কেপেবিলিটি এক্সাৰচাইজৰ দৃশ্যহে। ।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি সেয়া আমেৰিকান সেনাই ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত প্ৰৱেশ কৰা শেহতীয়া দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোৰ ওপৰত লিখিছে-   ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত প্ৰৱেশ আমেৰিকান সৈন্যৰ।দেশখনৰ ৰাজধানী চহৰ নিজৰ দখললৈ নিয়াৰ চেষ্টা মাৰ্কিন সেনাৰ। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ […]

Continue Reading

ভাৰত-পাকিস্তানৰ যুদ্ধ সন্দৰ্ভত ডনাল্ড ট্ৰাম্পৰ বক্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে।   

শেহতীয়াকৈ অসমৰ এটা সংবাদ প্ৰতিষ্ঠানৰ ফেচবুক পেজত এটা বাতৰি সম্প্ৰচাৰ কৰা হৈছে। বাতৰিটো আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শেহতীয়া এক বক্তব্যক লৈ কৰা হৈছে। বাতৰিটোত কোৱা হৈছে যে ট্ৰাম্পে যোৱা ২৫ ফেব্ৰুৱাৰী ২০২৫ত ষ্টেট অৱ দ্য ইউনিয়নৰ বাৰ্ষিক ভাষণত ট্ৰাম্পে কৰা কেইটামান মন্তব্যৰ কথা প্ৰকাশ কৰা হৈছে। কোৱা হৈছে যে ট্ৰাম্পে ভাষণত কৈছিল- “মই নাথাকিলে পৰমাণু […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ এপষ্টিন ফাইলছ প্ৰকাশৰ পাছত ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ দৃশ্যৰ বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে এদল লোকে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পুত্তলিকাত মৰিয়াই আছে। দাবী কৰা হৈছে যে এপষ্টিন ফাইলছ প্ৰকাশৰ পাছতেই ট্ৰাম্পৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “#এপষ্টেইন_ফাইল-ত #ট্ৰাম্পৰ নাম প্ৰকাশ পোৱাৰ পিছত ট্ৰাম্পৰ বিৰোধিতা বাঢ়িছে..!!” Facebook Link | Archived Link  […]

Continue Reading