আলজেৰিয়াৰ ফুটবল সমৰ্থকৰ আনন্দ আৰু আতচবাজিকে ইৰাণৰ ইজৰাইলৰ ওপৰত মিছাইল আক্ৰমণ বুলি প্ৰচাৰ।
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণে শ শ মিছাইলেৰে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণৰ দৃশ্য বুলি দাবী কৰিছে। লিখিছে- ইৰাণৰ ভয়ংকৰ মিছাইল আক্ৰমণ! ইজৰাইলত হাহাকাৰ! (প্ৰকৃত ফুটেজ) অৱশেষত ইৰাণে ল’লে প্ৰতিশোধ! ইজৰাইলৰ বুকুত কঁপনি তুলি শ শ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে ইৰাণৰ সেনাই। ইজৰাইলৰ আকাশমাৰ্গত এতিয়া কেৱল মিছাইলৰ পোহৰ। আইৰন ডোম […]
Continue Reading
