Fact check: ফটোত এলবাৰ্ট আইনষ্টাইনৰ কাষত থকা ব্যক্তিগৰাকী তেওঁৰ গাড়ীচালক নহয়!
হাফপেন্ট আৰু টি-ছাৰ্ট পৰিধান কৰি এলবাৰ্ট আইনষ্টাইনে এক সমুদ্ৰতীৰৰ এটা শিলৰ ওপৰত বহি চুট টাই পৰিহিত এজন লোকৰ সৈতে কথা পাতি থকা এখন ফটো অসমত ভাইৰেল হৈছে আৰু দাবী কৰা হৈছে যে সেইগৰাকী আইনষ্টাইন আৰু চুট পৰিহিত লোকজন তেখেতৰ গাড়ীচালক। তেনেকুৱা এটা ভাইৰেল পোষ্ট কৰা হৈছিল গ্ৰন্থ সুবাস নামৰ ফেচবুক পেজ এটাৰ পৰা ২২ নৱেম্বৰ […]
Continue Reading