২০১৬ চনৰে পৰা ইণ্টাৰনেটত উপলব্ধ ফটোৰে শেহতীয়াকৈ পাকিস্তানী সেনাই আফগান সেনাৰ ওচৰত আত্মসমৰ্পন কৰা বুলি বিভ্ৰান্তিকৰ দাবী।  

শেহতীয়াভাবে অসমৰ ফেচবুকত এগৰকী ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি দাবী কৰিছে যে সেই ফটোখন অতি শেহতীয়া পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ যুদ্ধৰ সময়ৰ। দাবী কৰা হৈছে যে ফটোখনত পাকিস্তানৰ একাংশ সৈনিকে আফগানিস্তানৰ ওচৰত আত্মসমৰ্পন কৰিছে। পোষ্টটোত লিখিছে- পাকিস্তানী সেনা আৰু আফগান বাহিনীৰ মাজত চলি থকা তীব্ৰ যুদ্ধৰ মাজতে আহিছে এক আমোদজনক খবৰ। পাকিস্তান আৰু আফগান […]

Continue Reading

FACT CHECK: চিৰিয়াৰ পুৰণি ভিডিঅ’ এটা শেহতীয়াভাৱে আফগানিস্থানত তালিবানে এগৰাকী মহিলাক গুলীয়াই হত্যা কৰা দৃশ্য বুলি শ্বেয়াৰ কৰা হৈছে

যোৱা দেওবাৰে ভাৰতবৰ্ষই ৭৫সংখ্যক স্বাধীনতা দিৱস পালন কৰাৰ সময়তে তালিবানে আফগান ৰাজধানী কাবুলত বলপূৰ্বক প্ৰৱেশ কৰি ৰাষ্ট্ৰপতি আশ্ৰাফ গনিক পলায়ন কৰিবলৈ বাধ্য কৰায়।  কাবুলৰ এই অৱস্থাৰ পিছত, ছোচিয়েল মিডিয়াত আমনিদায়ক উপাদানৰ পয়োভৰ দেখাপোৱা গৈছে। তেনেকুৱা কিছুমান ভিডিঅক পুৰণি ভিডিঅ বুলি ফেক্ট ক্ৰেছেণ্ডোৱে সত্যতা নিৰূপন কৰি থৈছে।  তেনেকুৱা এটা ভিডিঅ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যত […]

Continue Reading

FACT CHECK: ‘চিএনএন’য়ে তালিবানক মাস্ক পিন্ধাৰ বাবে শলাগিছে বুলি ভাইৰেল হোৱা নিউজ ৰিপৰ্টৰ স্ক্ৰিনশ্বট দৰাচলতে এক ব্যঙ্গাত্মক লিখনিৰ ৱেবছাইটৰ হয়

আফগানিস্তানৰ শেহতীয়া পট পৰিৱৰ্তনৰ ঘটনাবহুল পৰিস্থিতিৰ সময়ত ছ’চিয়েল মিডিয়াত এই সম্পৰ্কে বিভিন্ন পোষ্ট দেখা গৈছে । এনে ধৰণৰ এক পোষ্ট বৰ্তমান ভাইৰেল হৈ পৰিছে য’ত এক নিউজ ৰিপৰ্টৰ স্ক্ৰিনশ্বট দেখা গৈছে । উক্ত নিউজ ৰিপৰ্টটোত উল্লেখ কৰা হৈছে যে, “চিএনএন’য়ে তালিবানক আক্ৰমণৰ সময়ত মাস্ক পিন্ধাৰ বাবে শলাগিছে” । উক্ত স্ক্ৰিনশ্বটটো চিএনএন’ৰ লাইভ নিউজৰ স্ক্ৰিনগ্ৰেব যেন […]

Continue Reading