FACT CHECK: চিৰিয়াৰ পুৰণি ভিডিঅ’ এটা শেহতীয়াভাৱে আফগানিস্থানত তালিবানে এগৰাকী মহিলাক গুলীয়াই হত্যা কৰা দৃশ্য বুলি শ্বেয়াৰ কৰা হৈছে
যোৱা দেওবাৰে ভাৰতবৰ্ষই ৭৫সংখ্যক স্বাধীনতা দিৱস পালন কৰাৰ সময়তে তালিবানে আফগান ৰাজধানী কাবুলত বলপূৰ্বক প্ৰৱেশ কৰি ৰাষ্ট্ৰপতি আশ্ৰাফ গনিক পলায়ন কৰিবলৈ বাধ্য কৰায়। কাবুলৰ এই অৱস্থাৰ পিছত, ছোচিয়েল মিডিয়াত আমনিদায়ক উপাদানৰ পয়োভৰ দেখাপোৱা গৈছে। তেনেকুৱা কিছুমান ভিডিঅক পুৰণি ভিডিঅ বুলি ফেক্ট ক্ৰেছেণ্ডোৱে সত্যতা নিৰূপন কৰি থৈছে। তেনেকুৱা এটা ভিডিঅ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যত […]
Continue Reading