২০২৪ৰ জানুৱাৰীত জাপানত অহা ভূমিকম্পৰ দৃশ্যকে বিভ্ৰান্তিকৰভাৱে ২০২৬ৰ ২১ এপ্ৰিলত জাপানত অহা ভূমিকম্পৰ দৃশ্য বুলি প্ৰচাৰ।
শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত ২১ এপ্ৰিল ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি সেয়া ২০ এপ্ৰিল ২০২৬ত জাপানত ৭.৪ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে– কালি জাপানত 7’4ৰিখটাৰ স্কেলত বিধ্বংসী ভুমিকম্প। আজি পুৱা বৰষুণৰ মাজতে অসমত 5’2 ৰিঃ ভুমিকম্প। ৰাজনীতিৰ নেতাৰ ঘৃণা ভৰা ভাষণৰ বিশৃংখলতা সৃষ্টিত। মানুহে মনৰ পৰা পৃথিবীখনৰ অৱস্হিতিকেই হেৰাইছে। জাপানত […]
Continue Reading
