হোৱাটএছপত গুড মৰ্ণিং মেছেজ দিলেও ১৮ শতাংশ জিএছটি দিব লাগিব নেকি সঁচাকৈয়ে? জানক সত্য।
আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এটি ভিডিঅ’ প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে জানিব বিচাৰিছিল যে সেই ভিডিঅ’টো সঁচা নে মিছা। ভিডিঅ’টোত দেখা গৈছে যে এবিপি নিউজৰ এটা বাতৰিত সাংবাদিক অভিষাৰ শৰ্মাই কৈছে যে এতিয়াৰে পৰা হোৱাটছএপত গুড মৰ্ণিং মেছেজ দিলেও ১৮শতাংশ জিএছটি প্ৰদান কৰিব লাগিব। সেই ধন মাহৰ শেষত পৰিশোধ কৰিব লাগিব। Archived Link আমি […]
Continue Reading