তিনি প্ৰজন্মৰ জিমনাষ্ট একেলগে। ৰাছিয়াত আইতা আৰু মাৰ লগত জিমনাষ্টিক কৰিলে নেকি কিশোৰীয়ে? সত্যটো কি জানক।  

শেহতীয়াভাৱে এটা ভিডিঅ অসমৰ হোৱাটছএপত বাৰুকৈয়ে ভাইৰেল হৈছে। ভিডিঅ’টোত দেখা গৈছে তিনিগৰাকী মহিলা জিমনাষ্টে একেলগে খেল প্ৰদৰ্শন কৰিছে। দাবী কৰা হৈছে যে তেওঁলোক তিনিও একেটা পৰিয়ালৰে। তিনিটা প্ৰজন্মৰ তিনিগৰাকী জিমনাষ্ট। আইতাক, মাক আৰু জীয়ৰী।  Archived Link  কিন্তু এই দাবীটো সত্য হয়নে? তেওঁলোক একেটা পৰিয়ালৰে হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ […]

Continue Reading

FACT CHECK: উত্তৰ মেৰুত প্ৰকাণ্ড চন্দ্ৰটোৱে সূৰ্যক গ্ৰহন লগোৱা দৃশ্যৰ ভিডিঅ’টো মিছা

এটা ভিডিঅ’ত দেখা গৈছে এক খালি পৰিবেশ য’ত প্ৰকাণ্ড চন্দ্ৰই সূৰ্যক গ্ৰহণ লগাইছে। ভিডিঅ’টোত সূৰ্যক গ্ৰহণ লগোৱাৰ পূৰ্বে চন্দ্ৰটো ভূ-পৃষ্ঠৰ একেবাৰে সমীপত দেখা গৈছে আৰু এটা অন্ধকাৰময় পৰিবেশৰ সূচনা কৰি দিগন্তত বিলিন হৈ গৈছে। ছোচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ভিডিঅ’টো শ্বেয়াৰ কৰি আছে আৰু দাবী কৰি আছে যে এই ভিডিঅ’টো ৰাছিয়া আৰু কানাডাৰ মাজৰ উত্তৰ মেৰুৰ। Original […]

Continue Reading