ৰতন টাটাই ভাৰতীয় সেনাক বুলেট প্ৰুফ বাছ প্ৰদান কৰা দাবীটো মিছা। 

শেহতীয়াকৈ অসমৰ হোৱাটছএপত এটা এক্স পোষ্টৰ স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰা দেখা গৈছে। দেশৰ আগশাৰীৰ শ্ৰদ্ধেয় উদ্যোগপতি ৰতন টাটাই ভাৰতীয় সেনাৰ কাৰণে বোমা প্ৰতিৰোধী বাছ প্ৰস্তুত কৰি ভাৰতীয় সেনাক বুলেট প্ৰুফ সুৰক্ষাৰ এক ব্যৱস্থা কৰি দিয়া বুলি দাবী কৰি এখন বাছৰ ফটোৰে সৈতে সেই পোষ্টটো কৰা দেখা গৈছে।  আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈয়ো এগৰাকী ব্যৱহাৰকাৰীয়ে সেই […]

Continue Reading

FACT CHECK: ৰতন টাটা আৰু টিচিএছে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৩০০০ কোটি টকা দানৰ আশ্বাস দিছে নেকি?

শেহতীয়াকৈ উদ্যোগপতি ৰতন টাটাই অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বৃহৎ পৰিমাণৰ ধন ৰাশিৰে সহায়ৰ আশ্বাস দিছে বুলি দাবী কৰা একাধিক ফেচবুক পোষ্ট অসমত ভাইৰেল হৈ পৰিছে। ভাইৰেল পোষ্টবোৰত আৰু দাবী কৰা হৈছে যে ৩০০০ কোটি টকা হৈছে এই আশ্বাস কৰা ধন ৰাশিৰ পৰিমাণ। টাটা পৰিয়ালৰ দ্বাৰা প্ৰতিষ্ঠা কৰা টিচিএছ (টাটা কনচাল্টেন্সি চাৰ্ভিচেছ)ৰ নামও পোষ্ট সমূহত […]

Continue Reading