FACT CHECK: ভগৎ সিং, সুখদেৱ আৰু ৰাজগুৰুক ১৪ ফেব্ৰুৱাৰীৰ দিনটোত মৃত্যুদণ্ড দিয়া হোৱা নাছিল।

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ১৪ফেব্ৰুৱাৰীৰ দিনটোত ভেলেন্টাইনছ ডে’ পালন কৰা হয় আৰু ছোচিয়েল মিডিয়াতো প্ৰেমৰ দিনটো সম্পৰ্কত অযস্ৰ পোষ্টৰ জোৱাৰ উঠিছিল। কিন্তু, ছোচিয়েল মিডিয়াত ভাইৰেল হোৱা পোষ্টে এই বুলি দাবী কৰে যে ১৯৩১ চনৰ এই দিনটোতেই লাহোৰত শ্বহীদ ভগৎ সিং,সুখদেৱ আৰু ৰাজগুৰুক মৃত্যুদণ্ড দিয়া হৈছিল আৰু সেইবাবেই এই দিনটো গুৰুত্বপূৰ্ণ। ভগৎ সিং,সুখদেৱ আৰু ৰাজগুৰুৰ ফটো […]

Continue Reading