২০২১চনতে ওডিছাৰ মহানদীত ঘটা ঘটনাৰ দৃশ্য অসমৰ ধেমাজীৰ শেহতীয়া ঘটনা বুলি ভাইৰেল। 

শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। হোৱাটছপত বিয়পি কৰিছে এই ভিডিঅ’টো। ভিডিঅ’টোত দেখা গৈছে যে প্ৰচণ্ড সোঁত থকা এখন নদীত এটা হাতী আৱদ্ধ হৈ পৰিছে আৰু সেই হাতীটোক উদ্ধাৰ কৰিবলৈ যোৱা উদ্ধাৰকাৰী দল এটাও কোবাল সোঁতত পৰি বিপদৰ সমুখিন হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে সেয়া অসমৰ ধেমাজীৰ দৃশ্য। অৰ্থাত ব্ৰহ্মপুত্ৰ […]

Continue Reading

FACT CHECK: বটচৱানাৰ হাতী যুঁজৰ পুৰণি ভিডিঅ’ অসমৰ গোৱালপাৰাৰ বুলি শ্বেয়াৰ কৰা হৈছে!

অসমৰ গোৱালপাৰাত কেমেৰাত বন্দী হোৱাৰ দাবীৰে অসমৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত দুটা হাতীয়ে কিছুমান জোপোহাৰ মাজত এক স্থানত যুঁজি থকা এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত মানুহৰ মাত কথা তথা শব্দৰ উপৰিও কিছু যান-বাহনৰ শব্দ আছে যেন ওচৰতে এটা ব্যস্ত ৰাস্তা আছে ।  ফেচবুকত এনে এটা পোষ্ট আছে যিটো ১ ডিচেম্বৰ, ২০২১ তাৰিখে আপলোড কৰাৰ […]

Continue Reading