ধুমুহা আছানিৰ বাবে শ্ৰীকাকুলামত এখন সোণৰ ৰথ সাগৰত ভাঁহি আহিছিল নেকি? সত্য জানি লওক!
শেহতীয়াকৈ ঘূৰ্ণীবতাহ ধুমুহা “আছানি”য়ে দেশৰ পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, ওড়িশা, তামিলনাডু, পুডুচেৰী আৰু ইয়াৰ কাষৰীয়া ৰাজ্যসমূহত যথেষ্ট ক্ষতিসাধন কৰিছে । ইয়াৰ পাছতেই ইণ্টাৰনেটত এটা ভিডিঅ’ ভাইৰেল হৈ আছে। এই ধুমুহাৰ ফলত সাগৰত এখন সোণৰ ৰথ ভাঁহি আহিছে বুলি দাবী কৰা হৈছে। এনে ধৰণৰ দাবীৰে কিছু ফেচবুক পোষ্ট অসমটো ভাইৰেল হৈ পৰিছে । Facebook Link | Archived Link […]
Continue Reading