FACT CHECK: বিভ্ৰান্তিকৰ পোষ্টত উল্লেখ কৰা হৈছে যে ১.২৪লাখ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় আৱেদন পত্ৰত নিজৰ ধৰ্মৰ উল্লেখ কৰা নাই।
ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা পোষ্টত দাবী কৰা হৈছে যে কেৰালাত প্ৰায় ১.২৪লাখ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ বিদ্যালয়ৰ নামভৰ্তিৰ আৱেদন পত্ৰখনৰ ধৰ্ম আৰু জাতিৰ স্থানটো উকা কৰি ৰাখিছে। Original Link- Facebook | Archived Link Original Link- Facebook | Archived Link ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিছো যে সেই দাবী মিছা। তলত উল্লেখ কৰা হৈছে। সত্যতা নিৰূপন পদ্ধতি সৰ্ব […]
Continue Reading